--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰত প্ৰতিটো ৰাশিৰ স্বামী গ্ৰহ থাকে। একেদৰে প্ৰতিটো ৰাশিৰ এজন আদৰণীয় দেৱতাও থাকে। মানুহে যদি ৰাশি অনুযায়ী দেৱতাক পূজা কৰে তেন্তে তেওঁৰ জীৱনত সুখ আৰু সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। এনে এটা ৰাশি আছে যাৰ আদৰণীয় দেৱতা হৈছে দেৱাদিদেৱ মহাদেৱ। এই ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ওপৰত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ থাকে।

জ্যোতিষৰ মতে কৰ্কট ৰাশিৰ আদৰণীয় দেৱতা হৈছে ভগৱান শিৱ। এই ৰাশিচক্ৰ চন্দ্ৰই শাসন কৰে। ভগৱান শিৱৰ আশীৰ্বাদ বিশেষভাৱে থকা বাবে কৰ্কট ৰাশিৰ লোকৰ স্মৃতিশক্তি অতি প্ৰখৰ। কৰ্মক্ষেত্ৰত ভালদৰে কাম কৰে আৰু প্ৰশংসা লাভ কৰে। সকলোৰে লগত একেলগে কাম কৰি আগবাঢ়ি ভালপায়। যিকোনো ব্যক্তিয়েই লগে লগে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ পৰে। জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখিব পাৰে। ভাল স্বভাৱৰ বাবেই তেওঁলোকৰ বন্ধু-বান্ধৱী বেছি হয়। সমাজত এক সুকীয়া পৰিচয় সৃষ্টি কৰি সন্মান লাভ কৰিবলৈ সক্ষম হয়।

জ্যোতিষ শাস্ত্ৰৰ মতে এইসকল লোক স্বভাৱতে অতি জেদী। তেওঁলোকে পাবলৈ যি হেঁপাহ কৰে সেয়া পাবলৈ বহু কষ্ট কৰে আৰু সফল হৈহে এৰে। কথা কোৱাত পাকৈত হয় এনে লোক। বুদ্ধি আৰু বাকশক্তিৰ ভিত্তিত তেওঁলোকে জীৱনত আগবাঢ়ি যায় আৰু বহুত টকা উপাৰ্জন কৰে। তেওঁলোকে বহু খৰচো কৰে কিন্তু তেওঁলোকৰ টকাৰ কোনো অভাৱ নঘটে।  ধন-দৌলতৰ অধিকাৰী হয়। কৰ্কট ৰাশিৰ মানুহে কথা দি কথা ৰাখে। কৰ্কট ৰাশিৰ লোকসকল অতি দয়ালু। আনক সহায় কৰিবলৈ সদায় সাজু থাকে। তেওঁলোকে কাকো কেতিয়াও দুখ নিদিয়ে। এনে মানুহ অতি আৱেগিকো হয়। তেওঁলোকে নিজৰ মানুহক সুখী কৰিবলৈ কোনো সকলো প্ৰচেষ্টা অব্যাহত ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ