--°C
Loading...
Listen to Article
2 min read
80%

নিউয়ৰ্ক: বানপানীৰ তাণ্ডৱে এতিয়া স্তব্ধ কৰিছে নিউয়ৰ্কবাসীৰ জনজীৱন৷ হাৰিকেন ‘ইডা’ই বুধ আৰু বৃহস্পতিবাৰে কোবাই যোৱাৰ পাছত আমেৰিকাৰ নিউয়ৰ্ক মহানগৰত এতিয়া বানৰ তাণ্ডৱ। প্ৰৱল বৃষ্টিপাতৰ পাছত অভূতপূৰ্ব বানত বিস্তৰ ক্ষতি হৈছে নিউয়ৰ্কৰ জনজীৱনৰ।

জানিব পৰা মতে নিউয়ৰ্কৰ বহু অংশত বাট-পথত শ শ বাহন ডুব যোৱাৰ লগতে প্লাৱিত হৈ পৰিছে বহু এপাৰ্টমেণ্ট । বানত আবদ্ধ হৈ এতিয়ালৈকে মৃত্যু হৈছে ১৫জনতকৈ অধিক লোকৰ। বৰ্তমানেও বহু লোক আবদ্ধ হৈ আছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে ফ্লেট এপাৰ্টমেণ্টত আবদ্ধ বহু লোকক।

বানপানীৰ ক্ষতিগ্ৰস্ততাৰ পাছতে ৰাষ্ট্রপতি জ’ বাইডেনে ‍নিউয়ৰ্কৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ