--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : সকলোকে কন্দুৱাই অৱশেষত পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা। মুম্বাইৰ অ’ছিৱাৰা শ্মশানত ব্ৰহ্মাকুমাৰী নীতি-নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হয় সিদ্ধাৰ্থৰ। কুপাৰ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ পাছত পোনে পোনে সিদ্ধাৰ্থৰ নশ্বৰ দেহ লৈ অহা হয় শ্মশানলৈ।

প্ৰয়াত অভিনেতাজনৰ পাৰ্থিৱ শৰীৰ শ্মশান আহি পোৱাৰ পাছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পুত্ৰক শেষ বিদায়ৰ বাবে অহা সিদ্ধাৰ্থ শুক্লাৰ মাতৃ আৰু প্ৰেয়সী শ্বেহনাজ গীলৰ হিয়াভগা ক্ৰন্দনে উপস্থিত সকলোৰে চকু সিক্ত কৰি তোলে। সিদ্ধাৰ্থৰ শেষকৃত্যৰ বাবে শ্মশানস্থলীত উপস্থিত থাকে গুৰমীত চৌধুৰী, বিকাশ গুপ্তা, ৰাহুল মহাজন, দিব্যাংক দহিয়াৰ উপৰি বহু কলা-কুশলী।

ইফালে, প্ৰৱল বৃষ্টিপাতকো আওকান কৰি শ্মশানৰ প্ৰৱেশদ্বাৰত দুপৰীয়াৰে পৰা অপেক্ষা কৰি থাকে সিদ্ধাৰ্থৰ বহুসংখ্যক গুণমুগ্ধই। আৰক্ষীৰ বাধা নামানিও বহু সময় অপেক্ষা কৰি থকা গুণমুগ্ধসকলে অভিনেতাজনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ