--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ’ব। এই দিনটোতে ভগৱান ভোলেনাথ আৰু মাতৃ পাৰ্বতীৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্বাস কৰা হয় যে শিৱৰাত্ৰিত ভগৱান শংকৰক পূৰ্ণ ভক্তিৰে পূজা কৰা ভক্তই জীৱনৰ বহু ধৰণৰ বিপদৰ পৰা মুক্তি লাভ কৰে। জ্যোতিষৰ মতে এইবাৰৰ মহাশিৱৰাত্ৰি অতি বিশেষ। 

৩০ বছৰৰ পাছত এক বিৰল সংযোগ ঘটিব। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ ৰাশিত পিতৃ সূৰ্য্য আৰু পুত্ৰ শনি একেলগে থাকিব। আনহাতে, শুক্ৰ মীন ৰাশিত বহি থাকিব। এনে পৰিস্থিতিত এই দিনটোতে দুগ্ধ-শৰ্কৰা যোগৰ সৃষ্টি হ’বলৈ গৈ আছে। ৩ ৰাশিৰ লোক এই যোগৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব।

মেষ ৰাশিঃ এইবাৰ মহাশিৱৰাত্ৰিৰ দিনটোত ভগৱান শংকৰে মেষ ৰাশিৰ লোকসকলৰ প্ৰতি অতি সদয় হ’ব। পৰিয়ালত সমৃদ্ধি আৰু সুখ থাকিব। ব্যৱসায়ীসকলে বিপুল মুনাফা লাভ কৰিব। নিয়োজিত লোকৰ আয় বৃদ্ধি হ’ব। বিবাহিত জীৱনত মধুৰ সম্পৰ্ক স্থাপন হ’ব।

বৃষ ৰাশিঃ বৃষ ৰাশিৰ লোকৰ বাবে মহাশিৱৰাত্ৰিৰ পৰা আৰম্ভ হ’ব ভাল দিন। ভাগ্য উদয় হ’বলৈ আৰম্ভ কৰিব। ব্যৱসায়ত অগ্ৰগতি হ’ব আৰু এই ৰাশিৰ লোকে বহুত টকা পাব। বিনিয়োগৰ বাবে এইটোৱেই উত্তম সময়।

কুম্ভ ৰাশিঃ মহাশিৱৰাত্ৰিয়ে কুম্ভ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব শুভ ফল। এই ৰাশিৰ মানুহে যি কামত হাত দিব, তাতেই সফল হ’ব। অবিবাহিত লোকৰ বিয়া হোৱাৰ সম্ভাৱনা থাকে। আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী