--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ বাবেহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশত সন্মান লাভ কৰিছে। গান্ধীৰ দেশ  ভাৰতক প্ৰতিনিধিত্ব কৰিহে মোদীয়ে এই আদৰ লাভ কৰিছে। এই ভাষ্য প্ৰদান কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

 

মঙলবাৰে ৰাজস্থানৰ বঞ্চাৰাৰ মানগড় ধামৰ এটা অনুষ্ঠানত অংশ লৈ এই ভাষ্য প্ৰদান কৰিছে গেহলটে। লক্ষ্যণীভাৱে উক্ত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল।

 

গেহলটে কয় যে যেতিয়া মোদী বিদেশলৈ যায়, তেতিয়া অশেষ শ্ৰদ্ধা লাভ কৰে। ইয়াৰ কাৰণ হৈছে তেওঁ গান্ধীৰ দেশৰ প্ৰধানমন্ত্ৰী, ত গণতন্ত্ৰৰ শিপা গভীৰ আৰু স্বাধিনতাৰ সত্তৰ বছৰৰ পাছতো গণতন্ত্ৰ জীয়াই আছে।

 

অনুষ্ঠানটোত গেহলটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰেও উপচাই পেলায়। কয় যে মোদী চৰকাৰে জনজাতিসকলৰ বাবে অনেক পদক্ষেপ হাতত লৈছে।

 

উল্লেখ্য যে অনুষ্ঠানটো অনুষ্ঠিত হোৱা মানগড় ধাম স্বাধীনতা আন্দোলনৰ স্মৃতিবিজড়িত এটা স্থান। ১৯১৩ চনত ব্ৰিটিছ আৰ্মীয়ে ইয়াত ১৫০০ জন জনজাতীয় লোকক হত্যা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক