--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজমেৰত আকৌ এবাৰ চৰ্চালৈ আহিছে খাদিমৰ সংগঠন অঞ্জুমান চৈয়দ জাদগানৰ সম্পাদক সৰৱাৰ চিষ্টিৰ বিতৰ্কিত বক্তব্য। অশ্লীল ব্লেকমেইল কেলেংকাৰীৰ আধাৰত নিৰ্মিত ছবি 'AJMER 92' সন্দৰ্ভত তেওঁ কয় - নাৰী এনে বস্তু য’ত ডাঙৰতকৈ ডাঙৰ পিছলি যায়। এই বিষয়ত যেতিয়া সৰৱাৰ চিষ্টিৰ সৈতে কথা পতাৰ চেষ্টা কৰা হয় তেতিয়া তেওঁৰ মোবাইল নম্বৰ চুইচ অফ হৈ থকা বুলি জানিব পৰা গৈছে৷উল্লেখযোগ্য যে চিষ্টিৰ আপত্তিজনক বক্তব্যৰ সৈতে এই ভিডিঅ'টোত ৪ জুনৰ কথা কোৱা হৈছে।

এইখিনিতে সৰৱাৰ চিষ্টীয়ে কৈছে – মানুহক টকাৰে দুৰ্নীতি কৰিব নোৱাৰি, মূল্যবোধৰ দ্বাৰা দুৰ্নীতি কৰিব নোৱাৰি। ছোৱালী বস্তুটো এনেকুৱা যে ডাঙৰতকৈ ডাঙৰ মানুহ পিছলি যায়।গছৰ তলত বহি থকা সকলেও বিশ্বমিত্ৰৰ দৰে আচৰণ কৰে। সকলো ধৰ্মীয় বাবা জেলত আছে। নাৰীজনিত গোচৰত আবদ্ধ হৈ পৰিছে তেওঁলোক। অৰ্থাৎ বেছিভাগ মানুহেই নাৰী সন্দৰ্ভত পিছলি পৰে।

দৰাচলতে ১৪ জুলাইত দেশৰ সৰ্ববৃহৎ যৌন কেলেংকাৰীৰ অশ্লীল ব্লেকমেইল কেলেংকাৰীৰ আধাৰত নিৰ্মিত ছবি ‘আজমেৰ ৯২’ মুক্তি পাবলৈ গৈ আছে। ছবিখন মুক্তি পোৱাৰ পূৰ্বেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে খাদিমৰ প্ৰতিনিধিয়ে। খাদিমৰ সংগঠন অঞ্জুমান চৈয়দ জাদগানৰ লগতে ছবিখনক লৈ বিভিন্ন মুছলমান প্ৰতিনিধিয়ে বক্তব্য প্ৰদান কৰিছে।আৰু ইছলামিক নেতা  চিষ্টিৰ এই বক্তব্যত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস