--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী দণ্ডাধীশে খোৱাপানী বিচৰিছিল বিহাৰ আৰক্ষীৰ এগৰাকী মহিলা কনিষ্টবলক৷ এই কথাতে খঙৰ অগ্নিশৰ্মা হৈ পৰে মহিলা কনিষ্টবলগৰাকী৷ তেওঁ লগে লগে কয় যে তেওঁ চৰকাৰৰহে চাকৰ, দণ্ডাধীশগৰাকীৰ নহয়৷ এই ঘটনাৰ ভিডিঅ’  এতিয়া  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

দৰাচলতে  এক চৰকাৰী  কাৰ্যসূচীত  উপস্থিত থকা  দণ্ডাধীশগৰাকীয়ে  পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত  মহিলা কনিষ্টবলগৰাকীৰ পৰা খোৱাপানীৰ বটল বিচাৰিছিল। দণ্ডাধীশে পানী বিচৰাৰ লগে লগে মহিলা কনিষ্টবলগৰাকীৰ  খং উঠিছিল। 

মহিলা কনিষ্টবলগৰাকীৰ খং উঠাৰ কাৰণটো আছিল তেওঁলোকে ভোকে-পিয়াহে কৰ্তব্য পালন কৰি আছিল৷ তেওঁলোকৰ বাবে আনকি খোৱাপানীৰো ব্যৱস্থা কৰা হোৱা নাছিল৷ মহিলা কনিষ্টবলগৰাকীয়ে ঘৰৰ পৰাই চাৰি বটল পানী নিছিল৷ সেয়া তেওঁ নিজেও খাইছিল আৰু সহকৰ্মীসকলো খাবলৈ দিছিল৷ কিন্তু দণ্ডাধীশে পুৱাৰ আহাৰ খাই পানী বিচৰাত তেওঁৰ খং উঠি গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক