--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে মিজোৰামৰ কেইবাটাও অঞ্চলত ছুপাৰ চাইক্ল’ন মোচাই আক্ৰমণ কৰাৰ ফলত কমেও ২৩৬টা ঘৰ আৰু ৮টা শৰণাৰ্থী শিবিৰ ক্ষতিগ্ৰস্ত হৈছে।দেওবাৰে ৫০খনতকৈও অধিক গাঁৱৰ মুঠ ৫৭৪৯ জন লোক প্ৰচণ্ড বতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে যদিও কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।

ছুপাৰ চাইক্ল’ন মোচাই দেওবাৰে ম্যানমাৰ-বাংলাদেশৰ উপকূলত স্থলভাগত প্ৰৱেশ কৰে, তাৰ পিছত ৫ শ্ৰেণীৰ ধুমুহাৰ সমতুল্য হৈ দক্ষিণ-পূব উপকূলৰ ব্যাপক ক্ষতিসাধন কৰে আৰু নিম্নভূমিৰ পাঁচ লাখৰো অধিক লোকক খালী কৰিবলৈ বাধ্য হয়।২৩৬টা ঘৰৰ ভিতৰত ২৭টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১২৭টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।


ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰা মিজোৰামৰ দক্ষিণ অংশৰ ছিয়াহা জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কাৰণ দুটা সাহায্য শিবিৰকে ধৰি ১০১টা ঘৰৰ ক্ষতিসাধন হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।বাংলাদেশ আৰু ম্যানমাৰক বিভাজিত কৰা নাফ নদীৰ মাজেৰে খোজ পেলোৱাৰ পূৰ্বে টেকনাফৰ তীৰত স্থলপথত প্ৰৱেশ কৰিছিল ছুপাৰ চাইক্ল’নে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস