--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন সলনি কৰা হৈছে। পূৰ্বে ৩ ডিচেম্বৰত ৰাজ্য খনত ভোটগণনা হোৱাৰ কথা আছিল যদিও এতিয়া ৪ ডিচেম্বৰতহে ভোটগণনা কৰা হ’ব।  ভাৰতৰ নিৰ্বাচন আয়োগে মিজোৰাম বিধানসভা নিৰ্বাচনত ভোট গণনাৰ তাৰিখ সংশোধন ককৰাৰ কথা ঘোষণা কৰিছে।  

মিজোৰাম এনজিঅ' সমন্বয় সমিতিয়ে (এনজিঅচিচি) কৰা  প্ৰতিবাদৰ পিছতে ভোট  গণনাৰ তাৰিখ সংশোধনৰ সিদ্ধান্ত লোৱা হয় । সংঘঠনটোৱে  ৩ ডিচেম্বৰত দেওবাৰ হোৱা বাবে ভোটগণনাৰ বিৰোধিতা কৰিছিল।

 কিয়নো   দেওবাৰৰ দিনটো মিজোৰামৰ সংখ্যগৰিষ্ঠ খ্ৰীষ্টানলোকসকলৰ বাবে  এক বিশেষ দিন। সেই দিনটোতে খ্ৰীষ্টানলোকসকলে গীৰ্জালৈ গৈ প্ৰাৰ্থনা কৰে। সেয়ে সংগঠনটোৱে ভোটগণনাৰ দিন পিছুৱাবলৈ আহ্বান জনাইছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক