--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বয়ম্ভূ বাবা নিত্যানন্দই নিজাকৈ এখন ৰাষ্ট্ৰ গঠন কৰাৰ কথা ঘোষণা কৰি আহিছে। তেওঁৰ দেশ খনৰ নাম কৈলাশ । কৈলাশৰ সৈতে পাৰাগুৱেৰ এজন বিষয়াই চুক্তি স্বাক্ষৰ কৰাৰ পিছতে বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  ভাৰতীয় বাবা জনে এখন কাল্পনিক ৰাজ্য গঠন কৰি নানা ধৰণৰ প্ৰচাৰ চলাই আহিছে। বাবাৰ ফান্দত পৰিয়েই পাৰাগুৱেৰ বিষয়াগৰাকীয়ে তেওঁৰ সৈতে বুজা-বুজিৰ চুক্তি কৰিছিল। 

দক্ষিণ আমেৰিকাৰ দেশখনৰ কেইবাজনো স্থানীয় বিষয়াক প্ৰতাৰণা  কৰা পলাতক ভাৰতীয় গুৰুজনৰ  কাল্পনিক দেশৰ প্ৰতিনিধিৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা  বাতৰি  প্ৰকাশ পোৱাৰ পিছতে  পাৰাগুৱেৰ চৰকাৰী বিষয়াজনক নিলম্বিত কৰা হৈছে।  

উল্লেখ্য এই বছৰৰ আৰম্ভণিতে ভাৰতীয় বাবাজনৰ প্ৰতিনিধিয়ে জেনেভাত ৰাষ্ট্ৰসংঘৰ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ স্থানীয় নেতাসকলৰ সৈতে চুক্তিস্বাক্ষৰ কৰিছিল।

বুধবাৰে পাৰাগুৱেৰ কৃষি মন্ত্ৰালয়ৰ বিষয়া  আৰ্নাল্ডো চামোৰোক  কাল্পনিক কৈলাশৰ সৈতে চুক্তি কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক