--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষৰ মাজতে মিজোৰামত ম্যানমাৰৰ সেনাজোৱানক আটক কৰা হয়৷জনপ্ৰতিৰক্ষা বাহিনীয়ে খেদি খেদি ম্যানমাৰ সীমান্ত অবৈধভাৱে পাৰ হোৱাৰ অপৰাধত মিজোৰামৰ জোখোৱাথাৰ আৰক্ষী থানাত কমেও ৩৯ জন ম্যানমাৰ সেনাক আটক কৰে।
 
স্থানীয় সূত্ৰই জনোৱা মতে, ম্যানমাৰ সেনাৰ দুয়োটা শিবিৰতে প্ৰায় ৬০ জনকৈ সেনা জোৱান আছিল। পিডিএফৰ জৰিয়তে দুটা শিবিৰত ম্যানমাৰ সেনাবাহিনীৰ গৰিষ্ঠসংখ্যক জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে। ম্যানমাৰ সেনাই জেট যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ পাছতো পিডিএফ যুঁজাৰু বিমানে মিজোৰাম সীমান্তত ম্যানমাৰৰ দুটা শিবিৰ দখল কৰিছে।কালিৰে পৰা ইয়ং মিজো এছ’চিয়েশ্যনে শৰণাৰ্থী আৰু গুলীচালনাত আহতসকলক সক্ৰিয়ভাৱে চোৱা-চিতা কৰি আহিছে। ৱাই এম এৰ উপ মুখ্য কাৰ্যালয় চম্পাইয়ে আহত ব্যক্তিৰ বাবে ৪২ ইউনিট ৰক্ত দান কৰে।ইফালে সাধাৰণ নাগৰিককে ধৰি ২১ জন আহতক চম্পাই জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়,তদুপৰি জোখোৱাথাৰৰ পৰা চিকিৎসালয়লৈ যোৱাৰ পথত ১ জনৰ মৃত্যু হয়।
 
গুৰুতৰভাৱে আহত ৮ জন লোকক উন্নত চিকিৎসাৰ বাবে আইজললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে পাঁচজন আইজলত উপস্থিত হয়। তেওঁলোকক ট্ৰিনিটি হাস্পতাল আৰু এবেনেজাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। চেণ্ট্ৰেল ইয়ং মিজো এছ’চিয়েশ্যনৰ নেতাসকলে আইজলত তেওঁলোকক গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক