--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘মিষ্টাৰ ইণ্ডিয়া’ৰ সংসাৰতো লাগিল কেনা...সামান্থা প্ৰভু-নাগা চৈতন্যৰ বিচ্ছেদ! প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ বিবাহ-বিচ্ছেহক লৈয়ো এতিয়া বলীউড এৰিনাত চলিছে নানা জল্পনা-কল্পনা! এইবাৰ এই তালিকাত সাঙোৰ খাইছে অনিল কাপুৰ-সুনীতা কাপুৰৰ নাম। সম্প্ৰতি বলীউডত এনেধৰণৰ কথা-বতৰাই সৰ্বাধিক প্ৰাধান্য পোৱা দেখিবলৈ পোৱা গৈছে। 'মিষ্টাৰ ইণ্ডিয়া'ইয়ো এইবাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ বান্ধোনৰ পৰা মুক্তি বিচাৰিছে বুলি অনুৰাগীৰ মাজত গুঞ্জন শুনিবলৈ পোৱা গৈছে। বিষয়টোক লৈ হৈছে চৰ্চা। অনিল কাপুৰৰ সংসাৰতো এনেধৰণৰ কথাই ক্ৰিয়া কৰা বাবে দোষাৰোপ কৰা হৈছে বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱটক। সকলোৰে মনত প্ৰশ্ন উঠিছে যে, অনিল-সুনীতাৰ সঁচাকৈয়ে বিচ্ছেদ হৈছে নেকি?

বলীউডত কিয় ‘মিষ্টাৰ ইণ্ডিয়া’ৰ সংসাৰক লৈ এনেধৰৰ গুঞ্জন উঠিছে? পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। জানিবলৈ পোৱা মতে, অনিল আৰু কংগনা ৰানাৱটে আজিৰ পৰা কেইবাবছৰ আগতে দূৰদৰ্শনৰ এটা অনুষ্ঠানৰ অতিথি হৈছিল। অনুষ্ঠানটোৰ আঁত ধৰিছিল কৰণ জোহৰে। সেই অনুষ্ঠানটোতে কৰণ জোহৰে অনিল কাপুৰক সুধিছিল যে, ‘কোনগৰাকী মহিলাৰ বাবে অনিলে তেওঁৰ পত্নীক ত্যাগ কৰিবলৈ ইচ্ছুক?' অনিলে লগে লগে তেওঁৰ কাষত বহি থকা কংগনা ৰানাৱটৰ নামটো কৈছিল। তাকে লৈ কংগনাক ঠাট্টা কৰিছিল কৰণ জোহৰে। লাজত ৰঙা পৰি গৈছিল বলীউড কণ্ট্ৰভাৰ্ছী কুইন কংগনাৰ দুগাল। শেহতীয়াকৈ, এই ঘটনাটোক কেন্দ্ৰ কৰিয়েই নানা গুজৱ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই ঘটনাটোক কেন্দ্ৰ কৰি কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে কাপুৰ দম্পতীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ