--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানুহ অভ্যাসৰ দাস। কোৱা হয় যে সৰুৰে পৰা যি অভ্যাস শিকে, তাৰেই প্ৰতিফলন গোটেই জীৱনতে থাকি যায়। কিন্তু ভাল অভ্যাসৰ লগতে বহুতৰে বেয়া অভ্যাসো থাকে। কিন্তু সাধাৰণতে কোনেও নিজৰ বেয়া অভ্যাসবোৰ বেলেগৰ আগত উদঙাই দিব নিবিচাৰে। আনকি আপোনাৰ প্ৰিয় তাৰকাসকলৰো এনে কিছুমান অদ্ভুত অভ্যাস আছে, জানিলে আপুনিও আচৰিত হ’ব।

 ১. সকলো প্ৰজন্মৰ পচন্দ বলীউডৰ ৰজা শ্বাহৰুখ খানে দিনটোত মাত্ৰ ৪ ঘন্টা শোৱে। তেওঁ নিজেও বহুবাৰ ৰাজহুৱাকৈ এই কথা সদৰী কৰে। কিন্তু আপুনি জানেনে যে তেওঁ গোটেই দিনটোত মাত্ৰ এবাৰহে জোতা খোলে।

 ২. সৌন্দৰ্য্যৰ ৰাণী সুস্মিতা সেন বলীউড জগতৰ এগৰাকী জনপ্ৰিয় নাম। তেওঁ বাথৰুমত গা ধুবলৈ ভাল নাপায়। সেয়ে তেওঁ নিজৰ ঘৰৰ চাদত এটা ‘বাথটাব’ লগাই লৈছে। তৰাৰে ভৰা নিশা আকাশখনলৈ চাই গোটেই দিনটোৰ ক্লান্তিৰ দূৰ কৰে।

 ৩. আমেৰিকাৰ বিখ্যাত অভিনেত্ৰী তথা পপ গায়িকা, ক্রিষ্টিয়ানা এগুইলেৰা। বাথৰুমৰ চাফাই কৰ্মী এজনৰ মতে, শৌচ কৰাৰ পাছত শৌচালয়ৰ বিষয়বোৰ একাষৰীয়া কৰে৷ তেওঁ বাথৰুমৰ পৰা পোনে পোনে ওলাই আহি অনুৰাগীৰ সৈতে হাত মিলাইছিল।

 ৪. আন এগৰাকী বিখ্যাত অভিনেত্ৰী পপ গায়িকা জেচিকা চিম্পছনে প্ৰতিদিনে দাঁত ব্ৰাছ কৰি ভাল নাপায়। সপ্তাহত তিনিদিন দাঁত ব্ৰাছ কৰি বাকী দিনবোৰত এনেই মচি থয়।

 ৫. বহুতৰে ধূমপান নকৰিলে পেট পৰিষ্কাৰ নহয় বুলি কোৱা শুনা যায়। কিন্তু পকা অমিতা নোখোৱাকৈ অভিনেতা জীতেন্দ্ৰই শৌচ কৰিব নোৱাৰে। সেয়ে প্ৰতিদিনে পুৱাই তেওঁ পকা অমিতা লৈ বাথৰুমত প্ৰৱেশ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক