--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শােকাৱহ ঘটনাত প্ৰাণ হেৰুৱালে এহাল পিতৃ আৰু কন্যাই। দুয়ো স্কুটিৰে আহি থাকোতে পথৰ দাঁতিত থকা এটা ট্ৰেন্সফ’ৰ্মাৰ হঠাতে বিস্ফােৰণ ঘটে আৰু এই বিস্ফােৰণত কৰুণ মৃত্যুক সাবটে পিতা-পুত্ৰীয়ে। ট্ৰেন্সফৰ্মাৰ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ দক্ষিণ বাংগালুৰুৰ নাইচ ৰোডত। বুধবাৰে দুপৰীয়া সংঘটিত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত এজন ৫৫ বছৰীয়া শিৱৰাজ আৰু তেওঁৰ ১৯ বছৰীয়া কন্যা চৈতন্যাৰ মৃত্যু হয়। পিতা-পুত্ৰীৰ কৰুণ মৃত্যু গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ পাছত জীৱন-মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত বৃহস্পতিবাৰে মৃত্যুক সাবটি লয় চৈতন্যাই। আনহাতে ঘটনাটো সংঘটিত হোৱাৰ কেইঘণ্টামান পাছতেই তেওঁৰ পিতৃ শিৱৰাজৰ মৃত্যু হয়। ট্ৰেন্সফৰ্মাৰ চৈতন্যাৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানৰ বাবে এটা হল বুক কৰাৰ পাছত পিতৃ-কন্যাই স্কুটিত ঘৰলৈ উভতি অহাৰ সময়তে এই অঘটন ঘটে। যেন দুয়োৰে বাবে ৰাস্তাত ৰৈ আছিল কাল নিয়তি। ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ট্ৰেন্সফৰ্মাৰৰ পৰা নিৰ্গত তেলে স্কুটিখন আৱৰি ধৰাত তেওঁলোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। নাগাৰ্ভৱী অগ্নি নিৰ্বাপক কেন্দ্ৰৰ পৰা এখন পানীৰ টেংকাৰ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল আৰু ই ট্ৰেন্সফৰ্মাৰ আৰু বাইকৰ জুই নুমুৱাইছিল। ট্ৰেন্সফৰ্মাৰ স্থানীয় বিধায়ক এছ টি সোমাশেকাৰৰ নিৰ্দেশৰ পাছত জ্ঞানভৰ্থী আৰক্ষীয়ে অপৰাধমূলক অৱহেলাৰ বাবে বেচকমৰ কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে তেওঁলোকে ট্ৰেন্সফৰ্মাৰৰ পৰা তেল নিৰ্গত হোৱাৰ বিষয়ে বেচকমক পূৰ্বৰ পৰাই অভিযোগ কৰি আহিছিল যদিও তেওঁলোকে কোনো ব‍্যৱস্থা গ্ৰহণ কৰা নাছিল। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ। আৰু পঢ়কঃ ৰে’লৰ খুন্দাত ময়ূৰৰ মৃত্যু!৪০ মিনিট ৰে’ল ৰখাই ৰাজ্যিক সন্মানেৰে ৰাষ্ট্ৰীয় পক্ষীক অন্তিম বিদায় New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন