--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰচলন হ’ব ১০০ টকীয়া ধাতুৰ মুদ্ৰা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতে তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান মন কি বাতৰ শেহতীয়া খণ্ডটোতেই এই মুদ্ৰা মুকলি কৰিব৷  মোদীৰ মন কি বাত অনুষ্ঠানে   ৩০ এপ্ৰিল, দেওবাৰে ইয়াৰ ১০০ সংখ্যক  সংস্কৰণ সম্পূৰ্ণ কৰিব।

 মন কি বাতৰ ১০০ সংখ্যক  খণ্ড উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নতুন ১০০  টকাৰ মুদ্ৰা মুকলি কৰিব৷মুদ্ৰাবোৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বৰ অধীনত প্ৰস্তুত কৰা হ'ব। বিত্ত মন্ত্ৰালয়ৰ চৰকাৰী অধিসূচনাত এই কথা কোৱা হৈছে৷  অধিসূচনাত কোৱা হৈছে "মন কি বাতৰ ১০০ সংখ্যক  খণ্ড উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বৰ অধীনত এশ টকাৰ মুদ্ৰাৰ  মিণ্টত প্ৰস্তুত কৰা হ'ব।’’ 

 নতুন মুদ্ৰাত  অশোক স্তম্ভৰ সিংহ থকাৰ লগতে "সত্যমেৱ জয়তে" লিখা থাকিব।মুদ্ৰাটোত দেৱনাগৰী লিপিত "ভাৰত" শব্দটো  বাওঁ পিনে  আৰু ইংৰাজীত "ভাৰত" শব্দটো  সোঁ পিনে লিখা থাকিব। মুদ্ৰাটোত  মন কি বাতৰ ১০০ সংখ্যক  খণ্ডৰ লগোও থাকিব।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে অল ইণ্ডিয়া ৰেডিঅ’ যোগে সম্প্ৰচাৰ কৰি অহা মন কি বাত অনুষ্ঠানত মোদীয়ে অৰ্থনীতিস নিৱনুৱা সমস্যাকে ধৰি আন ভালেমান বিশয়ত নিজৰ মনৰ কথা প্ৰকাশ কৰি আহিছে৷ অনুষ্ঠানটো পিছত দেশৰ সকলো সংবিধান স্বীকৃত  ভাষাতে অনুবাদ কৰি প্ৰচাৰ কৰা হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে