--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ চিছ’দিয়াৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

মঙলবাৰে ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই এই নিৰ্দেশ ঘোষণা কৰি ১১ মে’ত এই সিদ্ধান্ত সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰে। ন্যায়াধীশ গৰাকীয়ে শুনানি গ্ৰহণ কৰি কয় যে চৰকাৰে প্ৰৱৰ্ত্তন কৰা আবকাৰী নীতি চাউথ কোমাপানীৰ অনুৰোধ মৰ্মে তেওঁলোকৰ সুবিধা অনুসৰি প্ৰৱৰ্ত্তন কৰা।

উল্লেখ্য যে,  আবকাৰী নীতি ২০২১-২২ ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ গোচৰত মণিষ ছিছ’দিয়া বৰ্তমান  ন্যায়িক জিম্মাত আছে। ইয়াৰ পূৰ্বে ৩১ মাৰ্চত বিশেষ ন্যায়াধীশে আৰু পিছলৈ ২৮ এপ্ৰিলত ট্ৰেইল আদালতে তেওঁক জামিনৰ পৰা বঞ্চিত কৰিছিল।

যোৱা ২৬ ফেব্ৰুৱাৰীত সুৰা নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস