--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্রদেশৰ অযোধ্যা চহৰৰ শিক্ষানুষ্ঠান ‘চানবিম হাইস্কুল’ত সংঘটিত হৈছে এটা জঘন্য কাণ্ড। এগৰাকী ছাত্ৰীক দলবদ্ধভাবে ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাদৰ পৰা তললৈ গতিয়াই দি হত্যাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰ অনুসৰি, যোৱা শুক্ৰবাৰে এই ঘটনা সংঘটিত হৈছে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ পিচত স্কুলৰ প্রধান আচাৰ্য ৰশ্মি ভাটিয়া, স্কুলখনৰ মেনেজাৰ ব্ৰীজেশ যাদৱ আৰু ক্ৰীড়া বিষয়ৰ শিক্ষক অভিষেক কানোজিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ 

অভিযোগমতে শুকুৰবাৰে পুৱা প্রধান আচাৰ্যই  ছাত্ৰীগৰাকীক স্কুললৈ মাতি পঠিয়াইছিল। তাৰ পিচতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাদৰ পৰা গতিয়াই হত্যা কৰা হয়।

সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইতিমধ্যে অধিক তথ্যৰ আৰু দোষীক আদালতত দোষী সাব্যস্ত কৰাৰ বাবে অধিক তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস