--°C
Loading...
Listen to Article
2 min read
80%


০৬ ছেপ্তেম্বৰ ২০২২, মঙলবাৰ

মেষ- পুৰণা বেমাৰৰ পৰা মুক্তি পাব। ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুৰ পৰা সাৱধান। পৰিয়ালক সময় দিয়ক। প্ৰেমত শুভ।

বৃষ- ঘৰুৱা কন্দল বৃদ্ধি হোৱাৰ বাবে মানসিক অশান্তি হ’ব । মাদক দ্ৰব্যৰ সেৱনৰ পৰা আঁতৰত থাকক। খাদ্যৰ প্ৰতি মনোযোগ দিব।

মিথুন- স্বাস্থ্য ভালে যাব। অপ্ৰত্যাশিতভাৱে যিকোনো ভাল খবৰ লাভ কৰিব পাৰে। সংগীৰ সৈতে সম্পৰ্কত আৰু সচেতন হওক। নতুন চাকৰিৰ যোগ আছে।

কৰ্কট- স্বাস্থ্যক লৈ চিন্তাৰ কোনো কাৰণ নাই। শিক্ষাৰ্থীৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ। কৰ্ম ক্ষেত্ৰত সন্মান লাভ কৰিব।

সিংহ- ঘৰুৱা চিন্তা বাঢ়িব। কন্যাৰ বিবাহৰ যোগ আছে। খং কমাব। কৰ্মক্ষেত্ৰলৈ পৰিৱৰ্তন আহিব। হাতলৈ ধন আহিব। কান, ডিঙিৰ বেমাৰে দেখাব দিব পাৰে।

কন্যা- সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব। বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি হ’ব। আত্মীয়ৰ লগত মনোমালিন্য হ’ব পাৰে। সংগীৰ সৈতে সময় কটাব পাৰে।

তুলা – স্বামীৰ স্বাস্থ্যই চিন্তাত পেলাব। কৰ্মক্ষেত্ৰত অভাৱনীয় সুযোগ আহিব। ব্যৱসায়িৰ বাবে দিনটো লাভজনক।

বৃশ্চিক – মূৰৰ বিষে দেখাব দিব। সম্পৰ্কবোৰক অৱহেলা নকৰিব। কৰ্মস্থানত আত্মবিশ্বাসী হ’ব। চৰকাৰী চাকৰিয়াল বাবে দিনটো মধ্যম। শিল্পীৰ বাবে শুভ।

ধনু – সংগীত শিল্পীৰ আৰ্থিক দিশত শুভ। খাদ্য সমূহ সলনি কৰিব। কৰ্মস্থলীত অনাকাংশিত পৰিৱেশ সৃষ্টি হ’ব পাৰে। ৰাজনীতিত জড়িত লোক সকলে ভাল খবৰ লাভ কৰিব।

মকৰ – দিনটো দুৰ্বল অনুভৱ কৰিব। সম্পৰ্কত চিন্তা বাঢ়িব। নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আত্মবিশ্বাসী হ’ব। খৰছৰ মাত্ৰা বৃদ্ধি পাব।

কুম্ভ -পইচাৰ লেন-দেন সাৱধানে কৰক। মনৰ প্রিয় জনক সময় দিয়ক।
অনৰ্থক চিন্তা কৰিবলৈ এৰক। নিজে ভালপোৱা কাম কৰক। ভবাৰ ধৰণে কামবোৰ নহ'বও পাৰে।

মীন – বেমাৰ ভাল হ’ব । খৰটকীয়াকৈ কোনো সিদ্ধান্ত নল’ব। স্বামী-স্ত্রীৰ মাজত শুভ। কাম-কাজক লৈ বেছি ব্যস্ত হ’ব। মাতৃৰ স্বাস্থ্য ভালে যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’