--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰৰ পৰিস্থিতি আজিও উত্তপ্ত হৈ আছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্য খনৰ গাওঁসমূহত সুৰক্ষাৰ বাবে মেইটেই  আৰু কুকিছে নিৰ্মাণ কৰা সকলো বাংকাৰ ধ্বংস কৰা হ’ব  বুলি ঘোষণা কৰিছে।  ফলত বহুতে  দুয়োটা গোষ্ঠীৰ পৰা হিংসা অব্যাহত থকাৰ সময়তে কেনেকৈ এয়া সম্ভৱ হ’ব বুলিও প্ৰশ্ন কৰিছে।

 মণিপুৰত আনকি বহুতে নিজৰ লগত থকা  বন্দুক সমৰ্পণ কৰিবলৈও সন্মত  হোৱা নাই। কুকি গোটবোৰে মুখ্যমন্ত্ৰীৰ ঘোষণাটো অস্বীকাৰ কৰি  কৈছে যে তেওঁলোকৰ গাওঁবোৰক সুৰক্ষিত কৰি ৰাখিবলৈ বাংকাৰবোৰ অপৰিহাৰ্য। মেইটেই গোটবোৰে মুখ্যমন্ত্ৰীৰ ধাৰণাটো সমৰ্থন কৰিছে। 

কিন্তু তেওঁলোকে লগতে এইবুলিও কৈছে যে  চৰকাৰে তেওঁলোকৰ গাওঁবোৰৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব। ইম্ফলত এখন সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰী বীৰেণ সিঙে ঘোষণা কৰে যে বাংকাৰ ধ্বংসৰ অভিযান ভাৰতীয় সেনাৰ দ্বাৰা পৰিচালিত হ'ব। অৱশ্যে প্ৰতিৰক্ষা সূত্ৰই কৈছে যে এয়া  কৰাটো সিমান সহজ কথা নহয়। 

 উল্লেখ্য  এমাহৰ আগতে চৰকাৰে ঘোষণা কৰিছিল যে বন্দুক লুণ্ঠন কৰা লোকসকলক  নিৰস্ত্ৰ কৰিবলৈ এক কোম্বিং অপাৰেচন চলোৱা হ’ব।৪,০০০ তকৈও অধিক লুণ্ঠন কৰা বন্দুকৰ ভিতৰত মাত্ৰ ১,৫০০ টা উদ্ধাৰ কৰিব পৰা হৈছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস