--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণ কৰি যোৱাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। শেহতীয়াকৈ ৰাজ্যখনৰ চেৰু অঞ্চলত নিৰাপত্তাৰক্ষী আৰু দুৰ্বৃত্তৰ  মাজত লগা সংঘৰ্ষত বিএছএফৰ এজন  জোৱান নিহত হয়।

 নিহতজোৱান জনৰ নাম ৰঞ্জিত যাদৱ বুলি জানিব পৰা গৈছে। ঘটনাটোত অসম ৰাইফলছৰ দুজন কৰ্মী আহত হয় । আনহাতে দুৰ্বৃত্তৰ এটা দলে  সুগানুৰ এজন কংগ্ৰেছ বিধায়কৰ ঘৰত জুই লগাই দিয়ে। উল্লেখ্য শুক্ৰবাৰে নিশা সংঘটিত সংঘৰ্ষত সুগানুত কমেও আঠজন লোক নিহত হৈছিল। এনে  পৰিস্থিতিত মণিপুৰত  ইণ্টাৰনেট সেৱা বন্ধ সীমিত কৰি দিয়া হৈছে। উল্লেখ্য 

কুকি-মেইটেইৰ সংঘৰ্ষত মণিপুৰত এতিয়ালৈকে  চৰকাৰী পৰিসংখ্যা অনুসৰি  ৭৫ জন লোক নিহত হৈছে। আহতৰ সংখ্যা ১,০০০ ৰো অধিক হৈছে। হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শান্তি স্থাপনৰ  বাবে মণিপুৰ ভ্ৰমণ কৰিছিল। 

অৱশ্যে অমিত শ্বাহৰ ভ্ৰমণৰ পিছতো ৰাজ্য খনত  পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাই। অমিত শ্বাহে মণিপুৰ ত্যাগ কৰাৰ পিছত কেইবাটাও অঞ্চলত নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছে।পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি  ৰাজ্য চৰকাৰে  ১০ জুনলৈকে ইণ্টাৰনেট সেৱা বন্ধ  ৰখাৰ সিদ্ধান্ত লৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস