--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াও শান্ত হোৱা নাই মণিপুৰ৷ ৰাজ্যখনত এতিয়াও জ্বলি আছে বিক্ষোভৰ অগনি। ৰাজ্যখনত এটাৰ পাছত এটাকৈ সংঘটিত হৈ আছে বিক্ষিপ্ত ঘটনা। 

শনিবাৰেও মণিপুৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা। ৰাজ্যখনৰ কাংপোকবি জিলাত অচিনাক্ত বন্দুকধাৰী দলে এখন গাঁৱত আক্ৰমণ চলায়। পুৱতি নিশা সশস্ত্ৰ দলে হত্যা কৰে এজন গাঁওৰক্ষী স্বেচ্ছাসেৱকক। 

সেই সময়ত পাহাৰীয়া গাঁওখনত পহৰা দিয়া স্বেচ্ছাসেৱকৰ সৈতে দুৰ্বৃত্তৰ গুলীয়াগুলী চলে। এই ঘটনাৰ পাছতে বিষ্ণুপুৰ আৰু কাংপোকবি জিলাত চেপা উত্তেজনাই বিৰাজ কৰিছে। 

ইম্ফল উপত্যকাতো কিছু কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে দুৰ্বৃত্তক বিচাৰি তীব্ৰতৰ কৰিছে অভিযান। অৱশ্যে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইয়াৰ কিছুদিন পূৰ্বে জিলাখনৰ হাৰাওথেল গাঁৱতো এজন IRB জোৱানসহ দুজন লোকক হত্যা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক