--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। মণিপুৰত হিংসাৰ দাবানল এতিয়াও জ্বলিয়েই আছে। অশান্ত জৰ্জৰিত মণিপুৰত পুনৰ সাধাৰণ জনজীৱন সম্পূৰ্ণ বন্ধ হৈ পৰিছে। যোৱা এসপ্তাহত ৰকেট আক্ৰমণ আৰু ড্ৰোণৰ দ্বাৰা বোমা বিস্ফোৰণৰ ঘটনাই ৰাজ্যখনক অস্থিৰ কৰি ৰাখিছে। 

শুকুৰবাৰেও সন্দেহজনক কুকি বিদ্ৰোহীয়ে চলোৱা ড্ৰোণ আৰু স্নাইপাৰৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী ১২ বছৰীয়া কিশোৰীকে ধৰি আন ৯ গৰাকী লোক আহত হয়। এই হিংসাত্মক ঘটনাত সাধাৰণ লোকৰ মৃত্যু হৈছে।

মণিপুৰৰ জিৰিবাম জিলাত মেইটাই-কুকিৰ হিংসাই এতিয়া ভয়ংকৰ ৰূপ লৈছে। মঙলবাৰে নিশা আকৌ জিলাৰ মোৰবুং-চেযাং আদি এলেকাত দুই গোষ্ঠীৰ মাজত ধাৰাসাৰ গুলীয়াগুলি আৰু বোমা নিক্ষেপৰ ঘটনা সংঘটিত হৈছে। ঘটনা এনে পর্যায় পাইছিল গৈ যে, ভয়-আতংকত সাধাৰণ ৰাইজে ঘৰ এৰি জংঘলত নিৰাপদ ঠাইত আশ্রয় ল’বলগীয়া হৈছেl কান্দোনত ভাঙি পৰিছে কণমানিসকল।

আনহাতে, জিলাখনত ইণ্টাৰনেট পৰিসেৱা কর্তন কৰা নাই যদিও সামাজিক মাধ্যমত পৰিস্থিতিক লৈ লাইভ ভিডিঅ’ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছেl যাৰ বাবে সাধাৰণ ৰাইজে পৰিস্থিতিকলৈ ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ ভয় খাইছেl


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক