--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। মণিপুৰত পুনৰ জ্বলি উঠিছে হিংসাৰ জুই। ৰাজ্য খনৰ জিৰিবামত মুখ্যমন্ত্ৰীৰ এস্কৰ্ট গাড়ীত আক্ৰমণ কৰিলে দুৰ্বৃত্তই। এই ঘটনাত এজন লোক আহত হয়। এই ঘটনাৰ পিছতে মণিপুৰৰ জিৰিবাম জিলাত উত্তেজনাই বিৰাজ কৰিছে। সোমবাৰে বন্দুকধাৰীয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত আক্রমণ কৰে। 

এই ঘটনা পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয়। মণিপুৰ-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ কাটলানে অঞ্চলত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণত আহত হয় মুখ্যমন্ত্ৰী বীৰেন সিঙৰ এস্কৰ্ট গাড়ীত থকা মণিপুৰ ৰাইফলছৰ এজন জোৱান। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু অসম ৰাইফলছে সমগ্ৰ অঞ্চলজুৰি অভিযান আৰম্ভ কৰে।জানিব পৰা মতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে  ​​মঙলবাৰে জিৰিবামলৈ অহাৰ কথা। সেইবাবেই আগতীয়াকৈ এস্কৰ্ট দল পঠিওৱা হৈছিল। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ