--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষত জ্বলি উঠিছে মণিপুৰ। এতিয়ালৈ নিহত হৈছে ১৬০ গৰাকীকৈ লোক। ইয়াৰ মাজতে ৰাজ্য খনৰ   কুকি-জো সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ কাংপোকপি জিলাত জনজাতিটোৰ বাবে পৃথক প্ৰশাসনৰ দাবী উত্থাপন কৰিছে। জনজাতীয় ঐক্য  সমিতিৰ আহ্বানত প্ৰতিবাদকাৰীসকলে কাংপোকপি আৰু ইম্ফল পশ্চিম জিলাৰ সীমান্তৱৰ্তী গামগিফাই নামৰ এখন গাঁৱত এই প্ৰতিবাদ সাৱ্যস্ত কৰে৷ 

" আমি শান্তিপূৰ্ণ ভাৱে আন্দোলন কৰিছো। আমি বিচাৰো যে চৰকাৰে আমাৰ বাবে পৃথক প্ৰশাসনৰ দাবী পূৰণ কৰক," এজন প্ৰতিবাদকাৰীয়ে কয়।

উল্লেখ্য মণিপুৰৰ চিন-কুকি-মিজো-জোমি গোটৰ জনজাতীয় বিধায়কসকলে মেইটি আৰু জনজাতীয় লোকসকলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰক তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে এক পৃথক প্ৰশাসন গঢ়ি তুলিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশ্যে সেই  দাবীটো নাকচ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে