--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত পুনৰ বিশ্বজয়ী হোৱাত অপাৰ আনন্দ শচীন টেণ্ডুলকাৰৰ৷ নিজৰ এক্স হেণ্ডেলত এটা সুন্দৰ প’ষ্ট তেওঁ লিখিলে। তেওঁ লিখিছে, “ভাৰতীয় দলৰ জাৰ্চিত যিমানেই নতুন তাৰকাৰ সংখ্যা বৃদ্ধি পায়, সিমানেই আমাৰ সৰু ল’ৰা-ছোৱালীয়ে নিজৰ সপোনৰ দিশে আগবাঢ়ি যায়। ভাৰতে জাৰ্চিত চতুৰ্থ তাৰকা সংযোজন কৰিছে। দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত। ৱেষ্ট ইণ্ডিজত ভাৰতীয় ক্ৰিকেট সম্পূৰ্ণ চক্ৰত আহিছে। ২০০৭ চনৰ বিশ্বকাপত সেই দেশৰ মাটিত আমাৰ পতনৰ পৰা ২০২৪ চনত ক্ৰিকেট জগতৰ মহাশক্তি হোৱালৈকে। মোৰ বন্ধু ৰাহুল দ্ৰাবিড়ৰ বাবে বহুত সুখী। ২০১১ চনৰ বিশ্বকাপত তেওঁ জয়ী হোৱা নাছিল। কিন্তু এই টি-২০ বিশ্বকাপ জয় কৰাত তেওঁৰ অৱদান বহুত।’

ভিভিএছ লক্ষ্মণেও অভিনন্দন জনাই লিখিছে, ‘টি-২০ত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন। অপৰাজিত হৈ থাকি গোটেই প্ৰতিযোগিতাখনৰ ভিতৰতে সফল দল হিচাপে নিজকে প্ৰমাণ কৰি দেখুৱাইছে। আনকি সেই পৰিস্থিতিৰ পৰাও আপুনি জয়ী হৈছিল পাঁচ অভাৰ বাকী থকা অৱস্থাত। তেওঁলোকৰ সকলোখিনি দিয়াৰ বাবে প্ৰতিজন ক্ৰিকেটাৰলৈ হেটছ অফ।"

ভাৰতীয় দল বিজয়ী হোৱাত উচ্ছসিত হৈ পৰিছে হৰভজন সিং, যুৱৰাজ সিং, অনিল কুম্বলেৰ দৰে প্ৰাক্তন তাৰকাও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ