--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ বছৰৰ পাছত ভাৰতে পুনৰ বিশ্বকাপ জয় কৰে। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপ জয় কৰি দেশৰ হৈ শ্বৰ্ট ফৰ্মেট ক্ৰিকেটৰ পৰা বিদায় দিলে। তেওঁলোকৰ অৱসৰৰ কথা মুকলিকৈ ক’লে গৌতম গম্ভীৰ। ৰাহুল দ্ৰাবিড়ৰ পিছত গম্ভীৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ দৌৰত সকলোতকৈ আগবাঢ়ি আছে।

ভাৰতে বিশ্বকাপ জয় কৰাৰ পাছত সংবাদ সংস্থা পিটিআইৰ আগত গম্ভীৰে কয় যে বিশ্বকাপ জয় কৰাৰ পাছত অৱসৰ লোৱাৰ বাবে ইয়াতকৈ ভাল সময় হ’ব নোৱাৰিলেহেঁতেন৷ তেওঁ কয়, ‘বিশ্বকাপ জয় কৰি অৱসৰ ল’লে। ইয়াতকৈ ভাল চিত্ৰনাট্য হ’ব নোৱাৰিলেহেঁতেন। দুয়োজনেই মহান ক্ৰিকেটাৰ। ভাৰতীয় ক্ৰিকেটত তেওঁলোকৰ যথেষ্ট অৱদান আছে। তেওঁলোকক শুভেচ্ছা জনাইছো।”

টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো বিৰাট আৰু ৰোহিতে এতিয়াও এদিন আৰু টেষ্ট ক্ৰিকেট খেলিব। গম্ভিৰে অনুভৱ কৰিছে যে সেই দুটা ফৰ্মেটত এতিয়াও তেওঁলোকে ভাৰতক বহুখিনি দিব। তেওঁ কয়, ‘তেওঁলোকে এতিয়াও এদিন টেষ্ট ক্ৰিকেট খেলিব। মই নিশ্চিত, তেওঁলোকে দেশ আৰু দলটোক অধিক দিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ