--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জৱাহৰলাল নেহৰুৰ বাবেই কাশ্মীৰ ভাৰতৰ অংশ হৈছিল। এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত নেহৰুক এইদৰে প্ৰশংসা কৰে কাশ্মীৰৰ বৰ্ষীয়ান নেতা ফাৰুক আব্দুল্লাই।

উল্লেখ্য যে নেহৰুৰ কাশ্মীৰ নীতিৰ বিৰুদ্ধে সৰব হৈ আছে গৃহমন্ত্ৰী অমিত শ্বাহ। সংসদত শ্বাহে কয় যে নেহৰুৰ আটাইতকৈ ডাঙৰ ভুল আছিল যেতিয়া ভাৰতীয় বাহিনীয়ে জয়লাভ কৰিছিল তেতিয়া যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল আৰু PoK গঠন হৈছিল।

শ্বাহে কয়- ‘যুদ্ধবিৰতি তিনিদিন পিছুৱাই যোৱা হ’লে  PoK ভাৰতৰ অংশ হ’লহেঁতেন। দ্বিতীয়টো ভুল আছিল আমাৰ বিষয়টো ৰাষ্ট্ৰসংঘ (ৰাষ্ট্ৰসংঘ)লৈ লৈ যোৱা।’

ইয়াৰ প্ৰতিবাদত নেচনেল কনফাৰেন্সৰ নেতা আব্দুল্লাই কয়- "মোৰ পিতা শ্বেইখ আব্দুল্লাক নেহৰুৱে কাৰাগাৰলৈ পঠাইছিল। কিন্তু  তথাপিও ক’ম যে নেহৰুৰ বাবেই কাশ্মীৰ ভাৰতৰ অংশ হৈছিল।"

লগতে তেওঁ কাশ্মীৰ ভাৰতৰ অংগ কেতিয়াও নাছিল বুলিও বিস্ফোৰক মন্তব্য কৰে। কয়- "মুছলিম সংখ্যাগৰিষ্ঠ থকা পাকিস্তানৰ স'তেও কাশ্মীৰ থাকিব পাৰিলহেঁতেন, কিন্তু নেহৰুৰ বাবেই ভাৰতৰ স'তে থাকিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক