--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথম খন কেবিনেট বৈঠকৰ সময়তে শপতগ্ৰহণ কৰা মন্ত্ৰীসকলক পৰ্যায়ক্ৰমে দপ্তৰ বিতৰণ কৰা হয়৷  মোদী মন্ত্ৰীসভাত এতিয়ালৈকে  ৭২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছে।  ইয়াৰে ১১ গৰাকী এন ডি এৰ মিত্ৰ দেশ যেনে চন্দ্ৰবাবু নাইডুৰ টিডিপি, নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ, চিৰাগ পাছৱানৰ এলজেপি, আৰু একনাথ সিন্দেৰ শিৱসেনা আদিৰ। আজি দপ্তৰ লাভ কৰা মন্ত্ৰীসকল হৈছে -

নীতিন গাডকাৰীক পথ পৰিবহন দপ্তৰৰ দায়িত্ব

অজয় তম্বা আৰু হৰ্ষ মালহোত্ৰাক পথ পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব

মোদী মন্ত্ৰীসভাত পূৰ্বৰ পদতে বাহাল থাকিল তিনি মন্ত্ৰী৷

গৃহ মন্ত্ৰালয় পুনৰ অমিত শ্বাহকে৷

প্ৰতিৰক্ষা মন্ত্ৰালয় ৰাজনাথ সিং৷

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় পুনৰ এছ জয়শংকৰক ৷

 সৰ্বানন্দ সোণোৱালক পুনৰ বন্দৰ,জাহাজ আৰু জল পৰিবহণৰ দায়িত্ব৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ