--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

বিহাৰৰ ৰাজনীতিয়ে সমগ্ৰ দেশকে আশ্চৰ্য্যান্বিত কৰি তোলাৰ সময়তে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে লালু প্ৰসাদ যাদৱ৷ আৰ জে ডি দলৰ নেতা লালু প্ৰসাদ যাদৱে মন্তব্য কৰে যে ২০২৪ লোকসভা নিৰ্বাচনত ৰাইজে বিজেপিক সম্পূৰ্ণৰূপে উভালি পেলাব লাগে৷

আমাৰ চৰকাৰ একনায়কত্ববাদী ৷ সেয়েহে মোডীক আঁতৰাব লাগে বুলিও মন্তব্য কৰে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতিয়ে। 

 সুশীল মোদীয়ে বিহাৰৰ নতুন চৰকাৰৰ বিষয়ে বিষয়ে কৰা কটু মন্তব্যৰো বিৰোধিতা কৰে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতিজনে ৷ তেওঁ সুশীল মোদীক মিছলীয়াও আখ্যা দিয়ে৷ 

উল্লেখযোগ্য যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মাত্ৰ কিছুদিন পূৰ্বে বিজেপি দলৰ লগত সংযুক্ত চৰকাৰখন ভংগ কৰে৷ লগতে আৰ জে ডি আৰু আন বিজেপি বিৰোধী দল সমূহৰ লগত সংযুক্ত চৰকাৰ গঠন কৰে৷ 


বৰ্তমান সকলোৰে বাবে আকৰ্ষণীয় হৈ পৰিছে বিহাৰৰ ৰাজনীতি৷ ইফালে বিজেপি দলৰ বাবে বৰ্তমান বিহাৰত নিজৰ স্থিতি বৰ্তাই ৰখাটো জটিল কাম হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ