--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পঞ্চম টেষ্টখনৰ নাটকীয়তাৰে ভৰা অন্তিম দিনাৰ পুৱাৰ ভাগত ছিৰাজে তিনিটা উইকেটসহ মুঠ ৯টা উইকেট দখল কৰিছিল।

ডিজিটেল ডেস্ক : ভাৰতীয় পেচাৰ মহম্মদ ছিৰাজ ২০২৫ চনৰ আগষ্ট মাহৰ আই চি চিৰ পুৰুষৰ শ্রেষ্ঠ খেলুৱৈ হিচাপে ঘোষিত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টত দাঙি ধৰা দুৰন্ত প্ৰদৰ্শনৰ ভিত্তিত ছিৰাজে এই সন্মান লাভ কৰে।


পঞ্চম টেষ্টখনৰ নাটকীয়তাৰে ভৰা অন্তিম দিনাৰ পুৱাৰ ভাগত ছিৰাজে তিনিটা উইকেটসহ মুঠ ৯টা উইকেট দখল কৰিছিল।


ছিৰাজৰ সেই স্মৰণীয় প্ৰদৰ্শনৰ সহায়ত ভাৰতে ৫খনীয়া শৃংখলা ২-২ ব্যৱধানত ড্ৰৰে সামৰিছিল।


ইফালে, মহিলাৰ শাখাত আয়াৰলেণ্ডৰ অর্লা প্ৰেন্দৰ্গাষ্টে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু