--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ৰাজ্য সচিবালয়ত বৈঠকৰ বাবে নিমন্ত্ৰিত কনিষ্ঠ চিকিৎসকৰ কাষত থিয় দি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি কয় যে তেওঁ ৰাজ্যৰ শীৰ্ষ পদটোৰ প্ৰতি আকৃষ্ট নহয় আৰু পদত্যাগ কৰিবলৈ সাজু।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যোৱা মঙলবাৰে আৰ জি কৰ মেডিকেল কলেজৰ সমস্যাত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধানৰ বাবে ৰাজ্য সচিবালয়ত এখন বৈঠকৰ বাবে আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলক আমন্ত্ৰণ জনায়। ইয়াৰ লগতে অফিচিয়েল ইমেইলত কনিষ্ঠ চিকিৎসকসকলক অন্তৰ্ভুক্ত কৰিবলৈ কয়। কনিষ্ঠ চিকিৎসকসকলে ইয়াক আপত্তিজনক ইমেইল বুলি অভিহিত কৰে ।

কিন্তু আজি অৰ্থাৎ বৃহস্পতিবাৰে কনিষ্ঠ চিকিৎসকৰ প্ৰতিনিধি দলৰ বাবে দুঘণ্টা অপেক্ষা কৰাৰ পিছত সংবাদমেলত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় "আমাৰ চৰকাৰক অপমান কৰা হৈছে। সাধাৰণ মানুহে নাজানে ইয়াৰ ৰাজনৈতিক ৰং । তেওঁলোকে ন্যায় নিবিচাৰে তেওঁলোকে বিচাৰে কেৱল আসন। ৰাইজৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু। মোক মুখ্যমন্ত্ৰীৰ পদটো নালাগে ।মই তিলোত্তমাৰ ন্যায় বিচাৰো। আৰু মই বিচাৰো সাধাৰণ মানুহে চিকিৎসা গ্ৰহণ কৰক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক