--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত প্ৰবেশ বাংলাদেশীৰ৷ পশ্চিমবংগৰ নিউ কোচবিহাৰ ৰে’ল ষ্টেশনত ৯জন বাংলাদেশী আটক৷

বৃহস্পতিবাৰে নিশা ৰে’ল আৰক্ষীয়ে আটক কৰিছে বাংলাদেশীসকলক৷ অপৰাধ প্ৰতিৰোধ আৰু চিনাক্তকৰণ দল আলিপুৰ ৰেল মণ্ডলৰ এটি দলে আটক কৰে লোক সকলক৷

বাংলাদেশীসকল এজেণ্টৰ জৰিয়তে মেঘালয়ৰ ফুলবাৰী হৈ নিউ কোচবিহাৰ ৰে’ল ষ্টেশনত উপস্থিত হয়৷

ভাৰতীয় এজেণ্টৰ জৰিয়তে কেৰালাত কাম কৰিবলৈ যোৱাৰ পৰিকল্পনা আছিল বাংলাদেশী লোক সকলৰ৷

ভাৰতীয় এজেন্টে এক লাখ বিশ হাজাৰ টকাৰ জৰিয়তে কেৰালাত লৈ যোৱাৰ বন্দবস্ত হৈছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে৷

ধৃত লোক সকল ক্ৰমে আব্দুল কৰিম, সহিন মণ্ডল, মহম্মদ আলী, কামৰুল ইছলাম, ৰুকান মণ্ডল, আব্বাছ শেখ, সজিব মণ্ডল, মহম্মদ জুৱেল ৰাণা আৰু সুমন হুছেইন ৷ 

ধৃত লোক সকলে ইতিমধ্যে দালালৰ জৰিয়তে পশ্চিমবংগৰ ঠিকনা দি আধাৰ কাৰ্ড বনাই লৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক