--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়াৰ বিদেশ মন্ত্র্যালয়ে কয়, 'আন দেশক ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাত বাধা আৰোপ কৰাটো অবৈধ।'

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ প্ৰসংগক লৈ কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতক দিয়া ভাবুকিৰ মস্কোৱে কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ে। ৰাছিয়াৰ বিদেশ মন্ত্র্যালয়ে কয়, 'আন দেশক ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাত বাধা আৰোপ কৰাটো অবৈধ।' দেশখনৰ বিদেশ মুখপাত্ৰ মাৰিয়া জখাৰোভাই কয়, 'প্রতিখন দেশৰে নিজৰ নিজৰ বাণিজ্যিক সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ আছে। আন দেশক এনেধৰণেৰে চাপ দিয়াটো ভাবুকি বুলি গণ্য কৰা হ'ব।'


তেওঁ লগতে এই বুলি অভিযোগ কৰে যে আমেৰিকাই বিশ্বত নিজৰ আধিপত্য স্থাপনৰ কাৰণে উন্নয়নশীল দেশবোৰৰ বিৰুদ্ধে 'নব্য-উপনিৱেশবাদ' নীতি গ্রহণ কৰিছে।


নব্য-উপনিবেশবাদত শক্তিশালী দেশবোৰে দুৰ্বল দেশবোৰত প্রত্যক্ষভাৱে দখল নকৰিলেও এই দেশবোৰৰ ওপৰত অর্থনৈতিক, ৰাজনৈতিক অথবা সামৰিক চাপ প্রয়োগ কৰিবলৈ বিচাৰে। ৰাছিয়াই

কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমেৰিকাৰ কথা মতে নচলা দেশবোৰক জানি-শুনি অর্থনৈতিক চাপৰ মাজত ৰাখিবলৈ বিচাৰিছে।


ৰাছিয়াৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ মাৰিয়া জখাৰোভাই পুনৰ কয় যে আমেৰিকাই নিজৰ স্বাৰ্থ তথা ৰাজনৈতিক কাৰণত অৰ্থনৈতিক নিষেধাজ্ঞা আৰু শুল্ক আৰোপ কৰিছে, কিন্তু ইয়াৰ দ্বাৰাৰ ইতিহাসৰ দিশ সলনি কৰিব নোৱাৰি।' তেওঁ কয় যে দক্ষিণৰ কেইবাখনো শক্তিশালী দেশৰ লগতে ব্ৰিকছৰ দেশবোৰো ৰাছিয়াৰ পক্


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ