--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উত্তৰ গাজা, দক্ষিণ খান ইউনুছ আৰু মধ্য গাজা আৰু ৰাফাহত ইজৰাইলী সামৰিক বাহিনীয়ে দেওবাৰে আক্ৰমণ চলাই ৪০জন পেলেষ্টাইনীক হত্যা কৰে।

ডিজিটেল ডেস্ক : গাজাত খাদ্যৰ বাবে অপেক্ষাৰত পেলেষ্টাইনীৰ হত্যাযজ্ঞ চলায়েই আছে ইজৰাইলী সেনাই। ৩০ আৰু ৩১ জুলাইত গাজাত ইজৰাইলী সেনাই ১০৫জন খাদ্যৰ বাবে অপেক্ষা কৰি থকা পেলেষ্টাইনীক হত্যা কৰে আৰু সাত শতাধিক লোকক আহত কৰে।


উত্তৰ গাজা, দক্ষিণ খান ইউনুছ আৰু মধ্য গাজা আৰু ৰাফাহত ইজৰাইলী সামৰিক বাহিনীয়ে দেওবাৰে আক্ৰমণ চলাই ৪০জন পেলেষ্টাইনীক হত্যা কৰে। গাজাৰ খাদ্য বিতৰণ কেন্দ্রসমূহক হামাছে নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলি অভিযোগ কৰি ইজৰাইলী সেনাই এই পেলেষ্টাইনী হত্যাযজ্ঞ চলাই আছে। যোৱা ২৭মে'ৰ পৰা প্ৰায় ১৪০০ পেলেষ্টাইনীক ইজৰাইলী সেনাই হত্যা কৰিছে।


ইফালে, গাজাত দুর্ভিক্ষ আৰম্ভ হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ সময়তে শনিবাৰে ইজৰাইলী সেনাই দাবী কৰে যে গাজাত দুর্ভিক্ষৰ সৃষ্টি হোৱা নাই। শনিবাৰে ইজৰাইলী সেনাই কয় যে ছখন দেশে পঠিওৱা মানৱীয় সাহায্য ইজৰাইলে বিমানৰ পৰা পেলেষ্টাইনীসকলক যোগান ধৰে। ইফালে, কেইবাখনো ইউৰোপীয় দেশে গাজাত দুর্ভিক্ষ হোৱাৰ বাবে ইজৰাইলক জগৰীয়া কৰি বিবৃতি জাৰি কৰিছে। আনহাতে, আৰবীয় দেশসমূহেও হামাছক অস্ত্র সম্বৰণ কৰিবলৈ আহবান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ