--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৰুতৰভাৱে আঘাত পোৱা স্থান অস্ত্রোপচাৰৰ পাছত ক্ষিপ্ৰতাৰে সুস্থ হ'বলৈ আৰম্ভ কৰিছে। হিমগ্ল'বিনৰ পৰিমাণো সুস্থিৰ হৈ আহিছে মৃদুমুদ্ৰা ডেকাৰ।

ডিজিটেল ডেস্ক : নলবাৰী-কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্রা ডেকাৰ স্বাস্থ্য ক্ৰমাৎ সুস্থিৰ হৈ আহিছে। জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন কিশোৰীগৰাকীৰ স্বাস্থ্য সম্পৰ্কত এই গুৰুত্বপূৰ্ণ তথ্য প্রকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। 


সংবাদ মাধ্যমৰ সন্মুখত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ উন্নতিৰ কথা সদৰী কৰি তেওঁ কয় যে অস্ত্রোপচাৰৰ পাছত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। গুৰুতৰভাৱে আঘাত পোৱা স্থান অস্ত্রোপচাৰৰ পাছত ক্ষিপ্ৰতাৰে সুস্থ হ'বলৈ আৰম্ভ কৰিছে। হিমগ্ল'বিনৰ পৰিমাণো সুস্থিৰ হৈ অহা বুলি তেওঁ প্রকাশ কৰে। 


জি এম চি এইচৰ বিভিন্ন বিভাগৰ সাতজন বিশেষজ্ঞ চিকিৎসকে কিশোৰী মৃদুমুদ্রাক চিকিৎসা প্রদান কৰি থকাৰ কথা সদৰী কৰি চিকিৎসাৰ সুবিধাৰ বাবে তেওঁক এতিয়াও আই চি ইউতে ৰখা হৈছে বুলি তেওঁ প্রকাশ কৰে। চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে এতিয়াও অতি কমেও ১০ দিন সময়ৰ প্রয়োজন হ'ব বুলিও অধীক্ষক ডাঃ চৌধুৰীয়ে প্ৰকাশ কৰে।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক