--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি উপস্থাপক গীতাঞ্জলি আইয়াৰৰ বুধবাৰে দেহাৱসান ঘটে। তিনিটা দশক ধৰি গীতাঞ্জলি আয়াৰে ইংৰাজী বাতৰি উপস্থাপনেৰে দেশৰ দৰ্শকক জনাই আহিছিল গুৰুত্বপূৰ্ণ খবৰ।

দেশৰ অগ্ৰণী ইংৰাজী বাতৰি উপস্থাপকসকলৰ ভিতৰত অন্যতম আছিল গীতাঞ্জলী আইয়াৰ। ১৯৭১ চনত দূৰদৰ্শনত কৰ্মজীৱন আৰম্ভ কৰা আইয়াৰে ৩০ বছৰীয়া দীঘলীয়া কেৰিয়াৰৰ সময়ছোৱাত চাৰিবাৰকৈ শ্ৰেষ্ঠ এংকৰ ব্যক্তিৰ সন্মান লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ ইন্দিৰা গান্ধী প্ৰিয়াদৰ্শিনী বঁটাও লাভ কৰে।

আইয়াৰে কলকাতাৰ লৰেটো কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা ডিপ্লমা লাভ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’, দিল্লীত জনপ্ৰিয় ইংৰাজী গীতৰ অনুৰোধ অনুষ্ঠান ‘এ ডেট উইথ ইউ’ৰ উপস্থাপিকা আছিল গীতাঞ্জলী আইয়াৰ। এই অগ্ৰজ সাংবাদিক গৰাকীৰ মৃত্যুৱে শোকৰ বন্যা নমাই আনিছে দূৰদৰ্শনৰ দৰ্শক সকললৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস