--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অটিটি বিগ বছৰ পৰা জনপ্ৰিয় হৈছিল উৰ্ফী জাভেদ। ছ'চিয়েল মিডিয়াত উৰ্ফী জাভেদ এটা বিতৰ্কিত নাম। তেওঁ পৰিধান কৰা সাজ-পোচাকৰ বাবেই ছ'চিয়েল মিডিয়াত তেওঁ ট্ৰ'লৰ সন্মুখীন হয়। পুনৰ বিতৰ্কত সোমাই পৰিছে উৰ্ফী, এইবাৰ পোচাকৰ বাবে নহয় অন্য এটা কাৰণতহে তেওঁ সংবাদ শিৰোনাম দখল কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰায়েই ভাইৰেল হৈ থকা উৰ্ফী জাভেদ ইছলাম ধৰ্মৰ যুৱতী। মুছলিম হৈয়ো তেওঁ ইছলাম ধৰ্ম বেয়া পায় আৰু বিশ্বাস নকৰে বুলি মুকলিকৈ প্ৰকাশ কৰিছে ২৬ বছৰীয়া যুৱতীগৰাকীয়ে। উৰ্ফীয়ে কয় যে ''মই মুছলিম যুৱক বেয়া পাওঁ আৰু কেতিয়াও মুছলমান যুৱকৰ সৈতে বিয়াত নবহো। মুছলমান মানুহে সদায়ে মহিলাসকলক নিয়ন্ত্ৰণ কৰি ৰাখিব বিচাৰে।

তেওঁলোকে ভাবে যে মহিলাসকল সদায় পুৰুষৰ অধীন হৈ থাকক। মই ছ'চিয়েল মিডিয়াত ট্ৰ'লৰ সন্মুখীন হওঁ..ইয়াৰে বেছিভাগ ঘৃণনীয় কমেণ্ট মুছলমান মানুহৰ পৰাই মই লাভ কৰোঁ। গতিকে এই ধৰ্মৰ প্ৰতি মোৰ বিশ্বাস একেবাৰে নাই। মুছলমান মানুহে ভাবে যে মই এই ধৰ্মটোৰ ছবি বিনষ্ট কৰি আছো কিন্তু মই কেতিয়াও তেনেধৰণৰ কাম কৰা নাই। ইছলাম ধৰ্মৰ ৰক্ষণশীল ব্যৱস্থাবোৰ মই বিৰোধ কৰো বাবে মোক ট্ৰ'ল কৰে।বৰ্তমান মই গীতা-ভাগৱত অধ্যয়ন কৰি আছো..হিন্দু ধৰ্মৰ বিষয়ে ভালদৰে জানিবৰ বাবে মই গীতা-ভাগৱত পঢ়ি আছো আৰু বহু কথা শিকিছোঁ।'' এই বিতৰ্কিত বক্তব্যৰ বাবে এতিয়া চৰ্চিত হৈ পৰিছে উৰ্ফী জাভেদ।

আৰু পঢ়কঃ ২৫ আউট ২১ ইন! হাৰিয়ানাত সুৰা সেৱনৰ নূন্যতম বয়স ২৫ৰ পৰা ২১ বছৰলৈ হ্ৰাস


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ