--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই এক ব্যতিক্ৰমী কামেৰে শিৰোনামা দখল কৰিছে। সাহা মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে এজন অৰেল এণ্ড মেক্সিলো-ফেচিয়েল চাৰ্জন হিচাপে কাৰ্যৰত আছিল। মঙলবাৰে তেওঁ পুনৰ ত্ৰিপুৰা মেডিকেল কলেজ এণ্ড ডাঃ ব্ৰাম টিচিং হাস্পতালৰ নিজৰ পূৰ্বৰ অধ্যাপক পদটোলৈ উভতি আহি এটা জটিল অপাৰেচন সম্পাদন কৰে।

৩ অক্টোবৰত তেওঁ নিজৰ ব্যস্ততাৰ পৰা সময় উলিয়াই নিজৰ এগৰাকী প্ৰাক্তন ছাত্ৰ তথা এমবিবিএছ চিকিৎসকৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। শেহতীয়াকৈ দুচকীয়া বাহনৰ দুৰ্ঘটনাত ৰাইট চাব-কণ্ডিলাৰৰ ভাঙিছিল তেওঁৰ।

নিখুঁত আৰু দক্ষতাৰে ডাঃ সাহাই অস্ত্ৰোপচাৰটো কৰে। তেওঁ কয় যে এই পদ্ধতি সফল আৰু সুচাৰুৰূপে চলিছিল আৰু তেওঁ ৰোগীজনৰ সৈতে ফ’ল’ আপ কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ