--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৰিয়াৰ ডেলিভাৰী ভানৰ পৰা ৩৩.৪৫ লাখ টকাৰ সোণৰ সামগ্ৰী লুটি নিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। পুনে আৰু কলহাপুৰত সামগ্ৰীসমূহ ডেলিভাৰী কৰিবলৈ গৈ আছিল উক্ত ভানখন।

মঙলবাৰে (২৭ জুন) মুম্বাইৰ কালবাদেৱীৰ অনন্তৱাড়ীৰ সমীপত সংঘটিত হয় এই ডকাইতি।অভিযোগ অনুসৰি কোৰিয়াৰ কোম্পানীৰ ব্যক্তিজনৰ ভানখন তিনিজন লোকে বন্দুক দেখুৱাই ২৫ হাজাৰ টকা দাবী কৰিছিল। অভিযোগ অনুসৰি, ব্যক্তিজনে এই কথা নাকচ কৰাৰ পাছত এজনে ভানৰ দুৱাৰখন খুলি এটা বস্তা (সোণৰ গহনা ভৰ্তি ১২টা বাকচ থকা) ধৰি লৈ পলায়ন কৰে।

ইতিমধ্যে অভিযোগ অনুসৰি লোকমান্য তিলক মাৰ্গ থানাত প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) পঞ্জীয়ন কৰা হয়। তদন্ত আৰম্ভ কৰি অভিযুক্ত তিনিওজনকে গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস