--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে হয়তো নাজানে মূল্যবৃদ্ধি কিদৰে ৰোধ কৰিব লাগে৷ সেইবাবেই সামগ্ৰীৰ বজাৰত জুইত জ্বলি আছে পাকিস্তানত। পাকিস্তানৰ বহু ঠাইত এতিয়া এক কিলোগ্ৰাম ব্ৰইলাৰ মাংসৰ  মূল্য ৬৫০  টকা হৈছে। পাকিস্তানী সংবাদমাধ্যমৰ মতে,  ব্ৰইলাৰৰ মাংসৰ মূল্য যি হাৰত বৃদ্ধি পাইছে সেয়া অতি সোনকালেই সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা অতিক্ৰম কৰিব পাৰে আৰু ব্ৰইলাৰৰ মাংসও  আন মাংসৰ দৰে ব্যয়বহুল হৈ পৰিব পাৰে৷ 

পাকিস্তানৰ ব্যৱসায়ীসকলে আশংকা কৰিছে যে ব্ৰইলাৰৰ মাংসৰ মূল্যই অতি শীঘ্ৰে প্ৰতি কিলোগ্ৰামত ৮০০ টকা অতিক্ৰম কৰিব পাৰে। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ব্ৰইলাৰ মাংস প্ৰতি কিলোগ্ৰামত ৬৫০ টকাত বিক্ৰী কৰা হৈছে।আনহাতে, পাকিস্তান কুকুৰা পালক সংস্থা আৰু অল পাকিস্তান চোলভেণ্ট এক্সট্ৰেক্টৰ এছ'চিয়েশ্যনে পঞ্জাৱ প্ৰদেশত প্ৰতিবাদী কাৰ্যসূচীৰ  আহ্বান জনাইছে। তেওঁলোকে দাবী কৰিছে  যে চৰকাৰে এই দুয়োটা উদ্যোগক ধ্বংসৰ মুখৰ পৰা বচাব  লাগে। 

যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা পাকিস্তানত কুকুৰা প্ৰতিপালনৰ সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বাঢ়ি গৈ আছে।
যোৱা তিনি মাহত ৫০  কিলোগ্ৰাম চিকেন ফিড বস্তাৰ মূল্য ২,০০০ টকাৰ পৰা ৭,০০০ টকালৈ বৃদ্ধি হৈছে। ফলত ব্ৰইলাৰ মাংসৰ দামো বৃদ্ধি হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ