--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী নাৰ্ছক বলাৎকাৰ কৰাৰ অভিযোগত এগৰাকী ৩২ বছৰীয়া চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে। আৰক্ষীয়ে শুক্ৰবাৰে খোৱাই জিলাৰ তেলিয়ামুৰাৰ পৰা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিছিল। এই বিষয়টোয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত৷

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজন তেলিয়ামুৰাৰ এখন চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক। আনহাতে, অভিযোগকাৰীয়ে আগৰতলাৰ এখন চিকিৎসালয়ত কাম কৰি আছে। প্ৰাথমিক অনুসন্ধানৰ পিছত, আৰক্ষীয়ে জানিব পাৰিলে যে অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনৰ পুৰণি চিনাকি আছে। এবছৰ আগতে, তেওঁলোকে ফেচবুকত কথা পাতিছিল। পিছত, তেওঁলোকে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল দুয়োৰে মাজত।

নাৰ্ছগৰাকীয়ে  দাবী কৰিছিল যে চিকিৎসকজনে  তাইক বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি একাধিকবাৰ যৌন স্থাপন কৰিছিল। কিন্তু এতিয়া তেওঁ বিবাহৰ বিষয়ে কথা পাতিবলৈ আগ্ৰহী। নাৰ্ছগৰাকীয়ে বুধবাৰে পশ্চিম আগৰতলা আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। তাত তেওঁ প্ৰেমিক চিকিৎসকজনৰ বিৰুদ্ধে ধৰ্ষণ, প্ৰহাৰ, বিশ্বাস ভঙ্গ আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক