--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷

দুৰ্নীতিৰ অভিযোগত ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন৷ দেওবাৰে নাইডু ৰাজমুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে নাইডুক৷ ইপিনে, নাইডুৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত অন্ধ্ৰপ্ৰদেশ বন্ধৰ আহ্বান জনাইছে টিডিপি-এ৷ 

নাইডুৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা টিডিপিৰ ৰাজ্যিক সভাপতিৰ৷ ৰাইজক বন্ধ সফল কৰিবলৈ আহ্বান জনাইছে দলটোৱে৷ নাইডুৰ গ্ৰেপ্তাৰক মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ নিকৃষ্ট ৰাজনীতি আখ্যা তেলেগু দেশম পাৰ্টীৰ৷ ১০ ছেপ্টেম্বৰ গণতন্ত্ৰৰ বাবে ক’লা দিন আখ্যা তেলেগু দেশম পাৰ্টীৰ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক