--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ পাট্টায়াত এটা অতি আমোদজনক ঘটনা ঘটিছে। এজন লোকে  চুলি কটোৱাবলৈ  নাপিতৰ দোকানলৈ গৈছিল।  কিন্তু  লোকজনৰ চুলি  নাপিতে  বেয়াকৈ কটা বুলি লোকজনে অভিযোগ কৰিবলৈ ধৰে। খঙতে লোকজনে নাপিতজনৰে মুণ্ডন কৰি দিয়ে।

 এই ঘটনাই এতিয়া থাইলেণ্ডবাসীক বেছ আমোদৰ খোৰাক যোগাইছে। এক কথাত ক’বলৈ গ’লে  কেতিয়াবা নাপিতেও ভুল কৰে। ফলত চুলি কটোৱাবলৈ যোৱাজনৰ  চুলিৰ ষ্টাইল  নষ্ট হয়। এনে ঘটনাত  সাধাৰণতে মানুহে তেনে ঘটনাক উপেক্ষা কৰি ঘৰলৈ উভতি আহে, কিন্তু থাইলেণ্ডত চলু কটোৱাবলৈ যোৱা লোকজনে তেনে নকৰিলে। ৰাছিয়াৰ এজন লোকে থাইলেণ্ডলৈ ফুৰিবলৈ গৈছিল আৰু এই সময়ছোৱাত তেওঁ স্থানীয় নাপিতৰ এজনৰ ওচৰলৈ চুলি কটোৱাবলৈ গৈছিল। 

কিন্তু  তেওঁ নাপিতৰ চুলি কটাত  সুখী নাছিল, সেয়ে তেওঁৰ খং উঠিছিল।  তাৰ পিছতে তেওঁ খঙৰ ভমকত  নাপিজনৰে  মুণ্ডন কৰি দিয়ে।  এই অদ্ভুত ঘটনাটো কেমেৰাত ধৰা পৰিছে। ঘটনাটোৰ দৃশ্য  থাইলেণ্ডৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰি অনুসৰি নাপিতে জনে লোকজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত  অভিযোগ দাখিল কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ