--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাইলৈৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। এই নৱৰাত্ৰিত মাদুৰ্গাৰ ৯টা ৰূপক ৰীতি-নীতি অনুসৰি পূজা কৰা হয়। এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ নৱৰাত্ৰি উদযাপন কৰা হ’ব। নৱৰাত্ৰিৰ সময়ত মাদুৰ্গা ভক্তৰ ঘৰত প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হৈছে। জ্যোতিষশাস্ত্ৰ অনুসৰি নৱৰাত্ৰিৰ সময়ত এইকেইটা ৰাশি মাদুৰ্গাৰ আশীৰ্বাদত ভাগ্যৰ দুৱাৰ মুকলি হ’ব বুলি কোৱা হৈছে। এইসকল লোকৰ বাবে নৱৰাত্ৰিৰ ৯দিন এক আশীৰ্বাদ বুলি প্ৰমাণিত হ’ব।

 মিথুন ৰাশি-

এই নৱৰাত্ৰি মাদুৰ্গাই মিথুন ৰাশিৰ লোকসকলৰ ওপৰত তেওঁৰ বিশেষভাৱে আশীৰ্বাদ প্ৰদান কৰিব। এই ৰাশিৰ লোকসকলৰ ভাগ্যৰ মুকলি হোৱাৰ লগতে আৰ্থিক দিশটো উন্নতি ঘটিব। পাৰিবাৰিক জীৱন সুখী হ’ব। চাকৰি কৰাসকলৰ পদোন্নতি হোৱাৰ লগতে সন্মান লাভৰ যোগ দেখা যায়। বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব।

 কন্যা ৰাশি-

এইবাৰৰ শাৰদীয় নৱৰাত্ৰিত মাদুৰ্গাৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ’ব কন্যা ৰাশিৰ লোকসকল। এই ৰাশিৰ লোকসকলৰ আৰ্থিক সফলতাৰ লগতে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। বৈবাহিক জীৱন সুখৰ হ’ব। বন্ধু-বান্ধৱীৰ সমৰ্থন পাব। সকলোৱে আপোনাৰ কামৰ শলাগ ল’ব।

 তুলা ৰাশি-

অৰ্থনৈতিক দিশটো শক্তিশালী হ’ব। কৰ্মক্ষেত্ৰত সফলতা অতি সহজেই সফলতাৰ মুখ দেখা পাব। লেনদেনৰ বাবে ভাল সময়। বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। শ্ৰদ্ধা আৰু প্ৰতিপত্তি বৃদ্ধি পাব।

 বৃশ্চিক ৰাশি-

আত্মবিশ্বাস বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল’ব। উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি মুক্তি পাব। কামত সফলতা লাভ কৰিব। বিবাহিত জীৱন সুখৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক