--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ এক পুৰণি নাট‍্যগোষ্ঠী ‘ছিগাল থিয়েটাৰ’এ পৰিৱেশন কৰিব নাটক- ‘দ‍্য লেচন’। 

প্ৰখ‍্যাত ৰোমানিয়ান-ফৰাচী নাট‍্যকাৰ ইউজিন আয়’নেস্কোই লিখা নাটকখন অসমীয়ালৈ অনুবাদ কৰিছে বাহাৰুল ইছলামে। এই নাটকৰ পৰিকল্পনা আৰু পৰিচালনা ভাগীৰথী বাইৰ। 

বৰ্তমান সময়, শিক্ষা ব‍্যৱস্থা আৰু অধ‍্যয়নৰ গভীৰতা বিষয়ক এক মননশীল নাট‍ক পৰিবশেন কৰা হ’ব। 

গুৱাহাটীৰ ৰাধাগোৱিন্দ পথস্থিত জুৰনি পথৰ ‘ছিগাল ষ্টুডিঅ’ত ১০ নৱেম্বৰত সন্ধিয়া ঠিক ৬ বজাত।  

নাটৰ সংগীত - আকাশ শইকীয়াৰ আৰু পোহৰ সজ্জাৰ দায়িত্বত আছে আফটাফ হুচেইন। নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে - ৰাজু ৰয়, ভাগীৰথী বাই আৰু বি পাল্কিয়ে।

উল্লেখযোগ‍্য যে এই নাটকখন কেই বছৰমান আগতে অসমৰ লগতে কলকাতাৰ নান্দীকাৰকে ধৰি দেশৰ কেবাখনো নাট‍্য মহোৎসৱত সফলতাৰে মঞ্চস্থ হৈছিল। নাটখনৰ প্ৰাসংগিকতালৈ লক্ষ্য ৰাখি পুনৰ পৰিবেশনৰ ব‍্যৱস্থা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ