--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ জীৱনত এনেকুৱা এটা সময় আহে, আশে পাশে বহু লোক থকাৰ পাছতো নিজকে অকলশৰীয়া অনুভৱ হয়৷ এনে সময়ত বহুলোকে মানসিক ভাৰসাম্যতা ৰক্ষা কৰাত বিফল হয় আৰু হতাশাত ভোগে৷ এজন ব্যক্তিৰ জীৱনটো বাহিৰৰ পৰা দেখিবলৈ ভাল লগা হ’লেও ব্যক্তিজনৰ আভ্যন্তৰত কি ঘটি আছে সেয়া মাথো তেওঁ হে উপলব্ধি কৰিব পাৰে৷ শেহতীয়া খবৰ অনুসৰি মৃদু হতাশাত ভুগিছে বলিউডৰ অভিনেতা অৰ্জুন কাপুৰ৷

অভিনেতাগৰাকীয়ে নিজৰ স্বাস্থ্য সন্দৰ্ভত মুকলিকৈ কয় যে মৃদু হতাশাৰ লগতে কৰাৰ পৰা অটোইম্যুন আৰু হাছিমোটোৰ ৰোগত ভুগি থকা বুলি উল্লেখ কৰে। 

এক সাক্ষাৎকাৰত অৰ্জুনে কাপুৰে ৰোহিত শ্বেট্টী ছবি সিংহাম এগেইনৰ দৃশ্যগ্ৰহণৰ সময়ত ‘মৃদু হতাশাৰ’ৰ সৈতে কেনেদৰে মোকাবিলা কৰিছিল সেই কথা প্ৰকাশ কৰৰাৰ লগতে তেওঁ সন্মুখীন হোৱা মানসিক সমস্যা তথা স্বাস্থ্যৰ জনিত কাৰণতে শেহতীয়া ছবিসমূহে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব পৰানাই বুলি উল্লেখ কৰে৷

লগতে অভিনেতাগৰাকীয়ে কয় যে ‘মই মাত্ৰ নিজৰ যত্ন লোৱাটো প্ৰয়োজন। স্বাৰ্থপৰ বুলি ক’লে এক নকৰাত্মক ভৱ আহে, কিন্তু মই ভাবো ই স্বাৰ্থপৰ নহয়। মাথোঁ অন্য কিছুমান কথাৰ বাবে মোৰ এই পৰিস্থিতিৰ সন্মুখীন হৈছো। নিসংগতা বা মই অকলশৰীয়া হোৱাবাব নহয়, মাথোঁ মোৰ জীৱন আৰু সম্পৰ্কত ঘটি থকা বহু কথাই জড়িত হৈ আছে আৰু যদি কোনোবাই নিসংগতা ভাল নাপায়, তেন্তে ইয়াৰ সমাধান বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। কিন্তু আন কাৰোবাৰ লগত সম্পৰ্কত জাপি দিয়াটো ভুল বুলি উল্লেখ কৰে।

আনক সুখী কৰিবলৈ যোৱাৰ আগতে নিজে সুখী হোৱাটো জৰুৰী৷ সেয়ে কয় যি নিজক ভাল পাব নোৱাৰে তেওঁ আনকো ভাল পাব নোৱাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ