--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ প্ৰদেশৰ  পিলিভিটৰ আতকোনা গাঁৱত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে।অৰণ্যৰ পৰা ওলাই অহা  এটা বাঘে   গাওঁবাসীক সন্ত্ৰাসিত কৰি তোলে। বাঘটোৱে  ছঘণ্টা ধৰি এজন কৃষকৰ ঘৰৰ দেৱালত থিয় হৈ থাকে।  বাঘটো চাবলৈ যথেষ্ট ভিৰ হয় । পিলিভিটত যোৱা কিছুদিন ধৰি বাঘৰ সন্ত্ৰাস বৃদ্ধি পাইছে।  কালিনগৰৰ বহু গাঁৱত বাঘৰ ভয়ত মানুহে দিনতে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে। শেহতীয়াকৈ বাঘে কৃষকৰ ঘৰৰ দেৱালত উঠি থকা  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

যোৱা নিশা প্ৰায় ২:০০ বজাত কৃষক হিন্দু সিঙৰ ঘৰৰ চৌহদত এটা বাঘে পিয়াপি দি ফুৰিছিল।  বাঘটোৱে ঘৰৰ দেৱালত উঠি চৌদিশে লক্ষ্য কৰিছিল। বাঘটো দেখি  কুকুৰবোৰে ভুকিছিল।ফলত  মানুহে  সাৰ পাইছিল আৰু ঘৰৰ চাৰিওফালে টৰ্চৰ মাৰি  চাইছিল। মানুহে  কৃশক জনৰ ঘৰৰ দেৱালত  বাঘটো দেখি হতবাক হৈছিল। 
 
খবৰ পোৱাৰ পিছত বন বিভাগৰ দল এটা  ঘটনাস্থলীত উপস্থিত হয়।লবনবিভাগৰ দলটোৱেও কোনোপধ্যে বাঘটোক দেৱালৰ পৰা নমাই আনিব পৰা নাছিল। অৱশেষত যেনিবা বাঘটোক পুনৰ অৰণ্যলৈ খেদি পঠিয়াব পৰা হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক