--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’-এ বিশ্বজুৰি সংগ্ৰহৰ ক্ষেত্ৰত ৬৫০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে। কিন্তু সেই বছৰতে ‘এনিমেল’ৰ আগত আন বহু ছবিয়ে এই সংখ্যা অতিক্ৰম কৰিছে।জানো আহক ছবিসমূহৰ বিষয়ে সবিশেষ- মুক্তিৰ দিনৰে পৰা বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’-এ। এই ছবিখনে ভাৰতীয় বক্স অফিচত বিপুল মুনাফা অৰ্জন কৰাই নহয়, বিশ্বব্যাপী সংকলনতো যথেষ্ট সফলতা অৰ্জন কৰিছে। মুক্তিৰ নৱম দিনটোত বিশ্বজুৰি ৬৬০.৮৯ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে।

জ’ৱান – প্ৰথমে শ্বাহৰুখ খানৰ ‘জ’ৱান’ৰ কথা তেন্তে, এইখন ছবিয়ে ২০২৩ চনত চিনেমাগৃহত মুক্তি পাইছিল। এই ছবিখনে বিশ্বব্যাপী সংগ্ৰহত ১১৬০ কোটি টকা উপাৰ্জন কৰিছিল।

পাঠান – শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ও এই তালিকাত অন্তৰ্ভুক্ত।পাঠানে এনিমেলৰ বিশ্বজুৰি সংগ্ৰহৰ ৬৫০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰি ১০৫৫ কোটি টকাৰ এক বৃহৎ ব্যৱসায় কৰিছিল।

গাদাৰ ২ - বলীউডৰ শক্তিশালী অভিনেতা ছানী দেউলৰ ছবি 'গদাৰ ২'ও এইবাৰ মুক্তিলাভ কৰিছে। ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰে। এই ছবিখনে বিশ্বব্যাপী সংগ্ৰহত ৬৯১ কোটি টকা উপাৰ্জন কৰিছিল।

জেইলাৰ – দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘জেইলাৰ’ৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। যিখন ছবিৰ বিশ্বজুৰি মুঠ সংগ্ৰহ আছিল ৬৫০ কোটি টকা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক