--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৩১ ডিচেম্বৰৰ মাজনিশা ১২ বজাৰ লগে লগে সলনি হয় কেলেণ্ডাৰ৷ পৃথিৱীয়ে নতুন বছৰক স্বাগতম জনোৱাৰ বাবে ১ জানুৱাৰীৰ পৰাই গণনা আৰম্ভ কৰে। কিন্তু, নতুন বছৰ আৰম্ভণি সকলো দেশে একেসময়তে নতুন বছৰ উদযাপন নকৰে। কিছুমান দেশে নতুন বছৰটোক আন দেশবোৰে এনে কৰাৰ প্ৰায় এদিন পাছত স্বাগতম জনায়৷

ওচেনিয়াৰ মধ্য প্ৰশান্ত মহাসাগৰত আন্তৰ্জাতিক তাৰিখৰেখাৰ পূবত অৱস্থিত কিৰিবাটি নামৰ এখন দ্বীপৰাষ্ট্ৰই নতুন বছৰক প্ৰথমে আদৰণি জনায়। দেশখনে ২০২৪ বৰ্ষক পুৱা ১০:০০ বজাত (ভাৰতীয় সময় মতে আবেলি ৩:৩০ বজাত) স্বাগতম জনায়।

টংগা আৰু চামোৱা দ্বীপসমূহে কিৰিবাটিৰ পাছত নতুন বছৰক আদৰণি জনাব, যাৰ পাছত নিউজিলেণ্ড, ফিজি, অষ্ট্ৰেলিয়া, জাপান আৰু দক্ষিণ কোৰিয়াই ২০২৪ বৰ্ষক স্বাগতম জনায়।

নৱবৰ্ষ উদযাপনৰ ক্ৰম:

নিউজিলেণ্ড: ডিচেম্বৰ ৩১ৰ
পুৱা ১১ বজাত (ভাৰতীয় সময় অনুসৰি আবেলি ৪.৩০ বজাত)

অষ্ট্ৰেলিয়া: ডিচেম্বৰ ৩১ৰ আবেলি ১ বজাত (ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজা)

জাপান, দক্ষিণ আৰু উত্তৰ কোৰিয়া: ডিচেম্বৰ ৩১ৰ আবেলি ৩ বজাত (ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজা)

চীন, মালয়েছিয়া, ছিংগাপুৰ, হংকং, ফিলিপাইনছ: ডিচেম্বৰ ৩১ৰ আবেলি ৪ বজাত (ভাৰতীয় সময় অনুসৰি নিশা ৯.৩০ বজা)

থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া: ডিচেম্বৰ ৩১ৰ সন্ধিয়া ৫ বজাত (ভাৰতীয় সময় অনুসৰি নিশা ১০.৩০ বজা)

গ্ৰীচ, দক্ষিণ আফ্ৰিকা, চাইপ্ৰাছ, ইজিপ্ত, নামিবিয়া: ডিচেম্বৰ ৩১ৰ নিশা ১০ বজাত (ভাৰতীয় সময় অনুসৰি ১ জানুৱাৰীৰ ৩.৩০ বজাত)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ