--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নদীত কেঁকোৰা ধৰিবলৈ গৈ বিপদত পৰিল মাছমৰীয়া৷ দক্ষিণৰ মাছমৰীয়া এজনে নদীত কেঁকোৰা ধৰিবলৈ গৈ বাঘৰ চিকাৰ হয়। জানিব পৰা মতে আনদিনাৰ দৰে সেইদিনাও নদীত কেঁকোৰা ধৰিবলৈ গৈছিল তেওঁ৷ আন আন মাছমৰীয়াৰ সৈতে নদীত নামী পৰিছিল তেওঁ৷ এনে সময়তে বাঘটো জঁপিয়াই পৰে মাছমৰীয়াজনৰ ওপৰত। ঘটনাটো পশ্চিমবংগৰ সন্দেশখালীৰ। বাঘৰ আক্ৰমণত মাছমৰীয়াজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে বাঘটোৱে মাছমৰীয়াজনক অৰণ্যৰ মাজলৈ টানি নিব নোৱাৰিলে। কাৰণ মাছমৰীয়াৰ আন সংগীসকলে বাঘটোক খেদি পঠিয়ায়। স্থানীয় সূত্ৰ অনুসৰি আহত মাছমৰীয়া আবু তালেব পিয়াদাক জয়নগৰ-কুল্টলী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে ইয়াত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাৰ বাবে তেওঁক কলকাতালৈ স্থানান্তৰিত কৰা হয়। মাছমৰীয়াজনক কলকাতাৰ চিত্তৰঞ্জন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো যোৱা শনিবাৰে সন্দেশখালিৰ ২০ নম্বৰ বনাঞ্চলৰ ওচৰত সংঘটিত হৈছিল বুলি জানিবলৈ পোৱা গৈছে।

মাছমৰীয়াসকলে কি দেখিছিল?

প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে আবু তালেব আৰু মইমুৰ খান নামৰ দুজন মাছমৰীয়াই নদীত কেঁকোৰা ধৰি আছিল। আৰু আন দুজন মাছমৰীয়া কুশ নয়া আৰু আজিম মণ্ডল অলপ দূৰত আছিল। হঠাতে বাঘটোৱে অৰণ্যৰ পৰা ওলাই আহি আবুৰ ওপৰত জঁপিয়াই পৰিল। আবুৰ চিঞৰ শুনি বাকী সংগীসকলক বাঘটোক লাঠি আৰু জোঙেৰে খেদি পঠিয়াই। বাঘটোৱে আবুক এৰি তিনিওজনৰ লাঠিৰে দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছত অৰণ্যৰ মাজলৈ পলাই যায়। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান